চাজ্জাদ মাৰ্দানী (ইংৰাজী ভাষা: Sajjad Mardani; জন্ম ১ জুলাই ১৯৮৮ চনত ইৰানৰ শ্বাহৰেকৰ্ডত১) এজন ইৰানী টাইকোৱাণ্ডো খেলুৱৈ। মেক্সিকোৰ পুৱেবলাত অনুষ্ঠিত ২০১৩ চনৰ বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তেওঁ পুৰুষৰ হেভিৱেইট শাখাত ৰূপৰ পদক লাভ কৰিছিল।২
চাজ্জাদ মাৰ্দানী ২০১৩ চনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতি বছৰে বিশ্বৰ শীৰ্ষ ৫ জন (+৮০ কেজি) টাইকোৱাণ্ডো খেলুৱৈৰ ভিতৰত স্থান লাভ কৰি আহিছে।৩৪৫৬
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি. Fars News Agency
- ↑ TaekwondoData - MARDANI, Sajjad. TaekwondoData
- ↑ Sajjad Mardani Wins Silver at World Taekwondo Grand Prix - Sports news. Tasnim News Agency
- ↑ Sajjad Mardani: Handsome victory in Baku. www.insidethegames.biz
- ↑ World Taekwondo Grand Prix: Iran's Sajad Mardani Claims Bronze
- ↑ Simply Compete: Sports Management Platform. ://simplycompete.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাজ্জাদ মাৰ্দানী” প্ৰবন্ধৰ সংশোধন ৬০৮৫১৮ (২৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।