অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চাকমা ভাষা

চাকমা ভাষা (; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষা। বাংলাদেশৰ চট্টগ্ৰামীয়া ভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

চাকমা ভাষা (; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষা। বাংলাদেশৰ চট্টগ্ৰামীয়া ভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে। দক্ষিণ-পূব বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত প্ৰায় ৩১০,০০০জন, ভাৰতৰ অসম আৰু ত্ৰিপুৰা ৰাজ্যত ৩০০,০০০জন আৰু মিজোৰাম ৰাজ্যত ৪০,২৬৫জন লোকে এই ভাষা কয়। এই ভাষা চাকমা লিপি (বা অঝা পাঠ) ব্যৱহাৰ কৰি লিখা হয়।

ধ্বনিতত্ব

চাকমা ভাষাত আঠটা স্বৰবৰ্ণ আছে।১

+স্বৰধ্বনিৰ তালিকা২সন্মুখকেন্দ্ৰীয়পশ্চ
উচ্চ
উচ্চ-মধ্য
নিম্ন-মধ্য
নিম্ন

তথ্যসূত্ৰ

  1. ↑ Tanchangya, Shanta Rakshit. (December 2013). A comparative study of vowels in Chakma and English. BRAC University, Dhaka, Bangladesh
  2. ↑ Tanchangya, Shanta Rakshit. (December 2013). A comparative study of vowels in Chakma and English. BRAC University, Dhaka, Bangladesh

সম্পৰ্কিত শ্ৰেণী

ভাষাঅসমৰ ভাষা আৰু লিপিভাৰতৰ ভাষাচাকমা জনগোষ্ঠীবাংলাদেশৰ ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাকমা ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭১৯৫৯ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।