অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী

চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী (संसुमा खंगर बासुमतारी জন্ম ১ জানুৱাৰী ১৯৬০) চতুৰ্দশ ভাৰতৰ লোকসভাৰ সাংসদ। তেওঁ অসমৰ কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ বড়োলেণ্ড পিপুলছ ফ্ৰন্ট দলৰ সদস্য।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৩ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী (संसुमा खंगर बासुमतारी জন্ম ১ জানুৱাৰী ১৯৬০) চতুৰ্দশ ভাৰতৰ লোকসভাৰ সাংসদ। তেওঁ অসমৰ কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। ১ তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰ সদস্য।

বিচমূতিয়াৰী কোকৰাঝাৰ সমষ্টিৰ পৰা ১৯৯৮, ১৯৯৯ আৰু ২০০৪ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল। বিচমূতিয়াৰী এজন বড়ো জনগোষ্ঠী জাতীয়তাবাদী আৰু সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ সমৰ্থক। তেওঁক সদৌ বড়ো ছাত্ৰ সন্থা আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই সমৰ্থন জনায়।

সংসদত বিচমূতিয়াৰীয়ে ভাৰত-আমেৰিকা নিউক্লীয় চুক্তি (Indo-US nuclear deal) সমৰ্থন কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2012). Fifteenth Lok Sabha Member's Bio-profile: Bwiswmuthiary,Shri Sansuma Khunggur. Government of India (NIC)

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকবড়ো জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী” প্ৰবন্ধৰ সংশোধন ৩৮৯৬১১ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।