অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

চাওলুং

চাওলুং(আহোম ভাষা:𑜋𑜧𑜨 𑜏𑜤𑜂𑜫) হ’ল আহোম চাওফা সকলক উদ্দেশ্যি ব্যৱহাৰ কৰা এটা উপাধি। আহোম ভাষাত ইয়াৰ অৰ্থ হল মহান দেৱতা, চাও= দেৱতা, লুং= মহান।

হালনাগাদ: ৯ মে’ ২০২০ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চাওলুং(টাই-আহোম ভাষা:𑜋𑜧𑜨 𑜏𑜤𑜂𑜫) হ’ল আহোম চাওফা সকলক উদ্দেশ্যি ব্যৱহাৰ কৰা এটা উপাধি। আহোম ভাষাত ইয়াৰ অৰ্থ হল মহান দেৱতা, চাও= দেৱতা, লুং= মহান।১

চাওলুং সকল

চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি চাওলুং চুতুফা লৈকে চাওলুং উপাধি দিয়া হৈছিল তাৰ পিছৰ সকলক অৰ্থাৎ চাওফা ত্যাও খামতী ৰ পৰা চাওফা বুলি কোৱা হয়।১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ তাই আহোম উন্নয়ন পৰিষদ. আহোমৰ বুৰঞ্জীত চাও-লুং যুগ. বিকাশপিডিয়া

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যউপাধি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাওলুং” প্ৰবন্ধৰ সংশোধন ২২৬৪৪৪ (৯ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।