অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
আ ১,১৬৭ প্ৰবন্ধ
- আকাশবাণীআকাশবাণী (All India Radio; आकाशवाणी) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰসাৰ ভাৰতীৰ এট…
- আকাশবাণী গুৱাহাটীআকাশবাণী গুৱাহাটী প্ৰচাৰ ভাৰতীৰ অধীনস্থ আকাশবাণীৰ এটা ক্ষেত্ৰীয় অনাতাঁৰ সম্প্ৰচাৰ কেন্দ্ৰ…
- আকাশবাণী ডিব্ৰুগড়আকাশবাণী ডিব্ৰুগড়(Akashvani Dibrugarh) (All India Radio, Dibrugarh) হৈছে ভাৰতৰ উত্তৰ-পূৰ্…
- আকাশবাণী তেজপুৰআকাশবাণী তেজপুৰ (ইংৰাজী: Akashvani Tezpur) হৈছে শোণিতপুৰ জিলাৰ তেজপুৰ নগৰত অৱস্থিত আকাশবাণ…
- আকাশা সিংআকাশা সিং (ইংৰাজী: Akasa Singh; জন্ম: ২ এপ্ৰিল ১৯৯০), যাক কেৱল আকাশা বুলিও জনা যায়, এগৰাক…
- আকাশী গংগা জলপ্ৰপাতআকশী গংগা অসমৰ নগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত এক জল…
- আকাশীতৰাৰ কথাৰেআকাশীতৰাৰ কথাৰে... (A Tale told thousand times) হৈছে ২০০৩ চনৰ ১৪ নৱেম্বৰত মুক্তি লাভ কৰা এ…
- আকি কিটিআকি কিটি (Aki Kiti) চুমি নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। অৰ্ধ-স্…
- আকিকাইছলামৰ পৰিভাষাত সন্তান জন্ম গ্ৰহণ কৰাৰ পিছত আল্লাহৰ শ্বুকৰিয়া ও আনন্দৰ বহিৰ্প্ৰকাশ হিচাবে…
- আকিৰা (২০১৬ চলচ্চিত্ৰ)আকিৰা (Akira) হৈছে এআৰ মুৰুগাডছৰ দ্বাৰা সহ-লিখিত, পৰিচালিত আৰু প্ৰযোজিত ২০১৬ চনৰ এখন এক্সন…
- আকিৰা কুৰোছাৱাআকিৰা কুৰোছাৱা (Akira Kurosawa জন্ম:২৩ মাৰ্চ, ১৯১০ -- মৃত্যু: ৬ ছেপ্টেম্বৰ, ১৯৮৮), জাপানৰ …
- আকিৰা য়শ্বিন'আকিৰা য়শ্বিন এগৰাকী জাপানী ৰসায়নবিদ। তেওঁ বৰ্তমান আছাহি কাছেই সংগঠনৰ সদস্য আৰু মেইজ' বিশ…
- আকুপাংচাৰআকুপাংচাৰ হ’ল ধাতুৰ মিহি বেজীৰে মানুহৰ শৰীৰৰ বিশেষ কিছুমান ঠাইত বিন্ধি কৰা এবিধ চিকিৎসা। ই…
- আকুৰীআকুৰী ভাৰতৰ পাৰ্চী খাদ্যত খোৱা টেঙা স্ক্ৰেম্বলড এগ ডিচ৷ আকুৰী প্ৰায় পানী ওলোৱালৈকে সিজোৱা…
- আকৃতি কক্কৰআকৃতি কক্কৰ এগৰাকী ভাৰতীয় গায়িকা আৰু সুৰকাৰ। তেওঁৰ গীত হাম্পটি শৰ্মা কি দুলহানিয়া ছবিৰ …
- আকেৰ (দেৱতা)আকেৰ আছিল প্ৰাচীন মিচৰীয় দিগন্তৰ ব্যক্তিত্ব আৰু পৃথিৱী আৰু পাতালৰ দেৱতা, যাক পূব (বাখু) আ…
- আকোগো নৃত্যআকোগো নৃত্য (ইংৰাজী: Akogo dance) হ’ল পূব উগাণ্ডাৰ তেছো বা ইটেছো লোকসকলৰ এক পৰম্পৰাগত নৃত্…
- আকৌ এদিনআকৌ এদিন নাটকখন ৰাজদ্বীপে হেঙুল থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ বাবে ৰচনা কৰিছে।
- আক্কা (আত্মা)আক্কা হৈছে ছামি শ্বেমানীজম আৰু ফিনিছ আৰু ইষ্ট'নিয়ান পৌৰাণিক কাহিনীত নাৰী আত্মা। তাইৰ পূজা…
- আক্কাই পদ্মশালীআক্কাই পদ্মশালী এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ অধিকাৰ কৰ্মী, প্ৰেৰণা মূলক বক্তা আৰু গায়িকা…
- আক্কাদেৱীআক্কাদেৱী যাক ঠাইভেদে অক্কাদেভি, আক্কা-দেভি বুলিও কোৱা হয়, ১০১০–১০৬৪ খ্ৰীষ্টাব্দত কৰ্ণাটক…
- আক্কিনেনি নাগেশ্বৰ ৰাওআক্কিনেনি নাগেশ্বৰ ৰাও ( Chorus; ২০ ছেপ্টেম্বৰ ১৯২৩ – ২২ জানুৱাৰী ২০১৪) এজন ভাৰতীয় অভিনেত…
- আক্সা শ্বেইখআক্সা শ্বেইখ (জন্ম: ১৯৮৩) হৈছে জামিয়া হামদাৰ্ড, নতুন দিল্লীৰ হামদাৰ্ড ইনষ্টিটিউট অৱ মেডিক…
- আক্ৰোশ (চলচ্চিত্ৰ)আক্ৰোশ (Akrosh) ১৯৮০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। এইখন …
- আকৰ্ষ খুৰানাআকৰ্ষ খুৰানা(Akarsh Khurana) এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেতা। তেঁও অভিনেতা, পৰিচা…
- আখড়াই গানআখড়াই গীত হৈছে ১৮ শতিকাৰ শেষৰফালে আৰু ১৯ শতিকাৰ আৰম্ভণিতে ভাৰতৰ পশ্চিমবংগ ৰাজ্যত প্ৰচলিত …
- আখতি (দেৱতা)আখতি (Netjer-akhty বুলিও কোৱা হয়) আছিল প্ৰাচীন মিচৰৰ দেৱতা। তেওঁৰ নাম খুব কমেইহে কোৱা হৈছ…
- আখালৰ চুক্তিআখাল সন্ধি বা চুক্তি (Treaty of Akhal) ক আখাল-খোৰাছান সীমান্ত চুক্তি নামেৰেও জনাজাত। এই চু…
- আখুনি (খাদ্য)আখুনি (Axone) হৈছে মূলতঃ নাগালেণ্ডত পৰম্পৰাগতভাৱে সংৰক্ষণ কৰি ৰখা ছয়াবীন। আখুনি শব্দটো চু…
- আখুনি (চলচ্চিত্ৰ)আখুনি ( Axone) নিক’লাছ খাৰকংগ’ৰ পৰিচালিত মূলতঃ হিন্দী ভাষাৰ এখন হাস্যমধুৰ তথা নাটকীয় উপাদ…
- আখুনি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)আখুনি নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: আখুনি (খাদ্য): বিশেষ উপায়েৰে সংৰক্ষিত চয়াবীনৰ এবি…
- আখৈআখৈ হৈছে ধানৰ পৰা প্ৰস্তুত কৰা এবিধ জলপান। ইয়াৰ বাবে ধান ৰ'দত শুকুৱাই লোৱা হয়। নদী বা পু…
- আখৈ তোলাআখৈ তোলা অসমীয়া লোক-সংস্কৃতিৰ এক মাংগলিক কৰ্ম। এই কৰ্ম বা কাম বিবাহ অনুষ্ঠানৰ সতে জড়িত। …
- আখৈ ফুলআখৈ ফুল হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা-থোপ হৈ লাগে। ফুলবোৰ…
- আখ্যানআখ্যান (Akhyan) এক পৰম্পৰাগত সঙ্গীতিক থিয়েটাৰ তথা গুজৰাটী আৰু ৰাজস্থানী কবিতাৰ এক মধ্যযুগ…
- আখৰআখৰ হ'ল অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন। কোনো ভাষাক লিখিত ৰূপ দিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ…
- আগথা চাংমাআগথা কঙ্গকাল চাংমা (জন্ম ২৪ জুলাই ১৯৮০) ভাৰতৰ পূৰ্বৰ সাংসদ সদস্য (এম.পি) আৰু ১৫ তম লোকসভাৰ…
- আগন্তুকআগন্তুক ( Agantuk) ১৯৯১ চনত মুক্তি পোৱা সত্যজিত ৰায় ৰচিত আৰু পৰিচালিত এখন বঙালী নাট্যধৰ্ম…
- আগবাডাআগবাডা পৰম্পৰাগতভাৱে সমগ্ৰ পশ্চিম আফ্ৰিকাত ইয়োৰুবা লোকসকলে বিশেষকৈ নাইজেৰিয়া, বেনিন গণৰা…
- আগবাৰীত ফুলিলে সোণে মোৰ চম্পাআগবাৰীত ফুলিলে সোণে মোৰ চম্পা (Aag Barit Fulile Xune Mur Champa) কণ্ঠশিল্পী সুদক্ষিণা শৰ্ম…
- আগমনীআগমনী (ইংৰাজীত Agomani বা Agamani বুলিও লিখা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ এখন গুৰুত্বপূৰ্ণ…
- আগমনী-বিজয়াআগমনী (আগমনী গীত) আৰু বিজয়া (বিজয়া গীত) হৈছে বঙালী লোক সংগীতৰ দুটা বিশেষ শ্ৰেণী। ইয়াক স…
- আগলি বাঁহৰে লাহৰী গগনাআগলি বাঁহৰে লাহৰী গগনা (১৯৬৪, ইংৰাজী: Agali Bahare Lahari Gagana) অসমীয়া ভাষাৰ গীতৰ সংকলন…
- আগষ্টআগষ্ট গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ অষ্টম মাহ। এই মাহত মুঠ ৩১ …
- আগষ্ট এমেছমাৰ্চিডিজ গ্ৰেব'স্কি (২৩ আগষ্ট, ১৯৯৪ – ৫ ডিচেম্বৰ, ২০১৭), পেছাদাৰীভাৱে আগষ্ট এমেছ নামেৰে প…
- আগষ্টাছআগষ্টাছ (Imperator Caesar Divi Filius Augustus, জন্ম: ২৩ ছেপ্টেম্বৰ, খ্ৰীষ্টপূৰ্ব ৬৩ – মৃত…
- আগাথা ক্ৰিষ্টিডেম আগাথা মেৰি ক্লেৰিছা মিলাৰ, লেডি মেলোৱেন (Dame Agatha Mary Clarissa Christie, Lady Mall…
- আগাথা মাক্সিমোভাআগাথা মাক্সিমোভা (ইংৰাজী: Agatha Maksimova; জন্ম: ২৩ জুন ১৯৯৩) এগৰাকী ৰাছিয়ান-ফৰাচী অভিনে…
- আগানআগান হৈছে ১৯৯৪ চনৰ পৰা প্ৰকাশ পোৱা অসমীয়া ভাষাৰ এখন দহদিনীয়া বাৰ্তালোচনী। এই আলোচনীখন সম…
- আগালআগাল (ইকাল, ইগাল বা ইগাল বুলিও বানান কৰা হয়) হৈছে জনজাতীয় আৰব পুৰুষে পৰম্পৰাগতভাৱে পিন্ধ…
- আগালমাকাআগালমাকা (Agalmaka) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ গাৰো জনগোষ্ঠীৰ এক কৃষিভিত্তিক লোক উৎসৱ।
- আগিয়া মহাবিদ্যালয়আগিয়া মহাবিদ্যালয় (Agia College) নামনি অসমৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত আগিয়া আৰু সোলমাৰীৰ…
- আগুয়াৰাআগুয়াৰা আমাজন অঞ্চলৰ আভা গুয়াৰানি আৰু চানে পৌৰাণিক কাহিনীত বৰ্ণিত এটা পৌৰাণিক শিয়াল। মৌ…
- আগুৰণআগুৰণ ( Aguron) অসমৰ কিছুমান জনগোষ্ঠীৰ মহিলাই মূৰত লোৱা কাপোৰ৷ অতীজত অসমীয়া মহিলাৰ পৰিধেয…
- আগ্নেয়গিৰিআগ্নেয়গিৰি বা জ্বালামুখী (Volcano ) দেখাত পিৰামিডৰ দৰে শাংকব৷ আগ্নেয়গিৰিৰ মুখখনক জ্বালাম…
- আগ্নেয়াস্ত্ৰআগ্নেয়াস্ত্ৰ হ’ল যিকোনো ধৰণৰ বন্দুক যিয়ে বিস্ফোৰক চাৰ্জ ব্যৱহাৰ কৰে আৰু ইয়াক কোনো ব্যক্…
- আগ্ৰাআগ্ৰা চহৰখনৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে বিন্দু বিন্দুকৈ বিস্তৃত অসংখ্য কীৰ্তিচিহ্ন। আগ্ৰাৰ ব…
- আগ্ৰা প্ৰদেশআগ্ৰা প্ৰদেশ (Agra Province) ব্ৰিটিছ ৰাজৰ অন্তিম দশকবোৰৰ, ১৯০৪ চনৰ পৰা ১৯৪৭ চনলৈ ব্ৰিটিছ ভ…
- আগ্ৰা প্ৰেচিডেঞ্চিআগ্ৰা প্ৰেচিডেঞ্চি (Presidency of Agra) ব্ৰিটিছ ভাৰতত গঠন হোৱা চাৰিখন প্ৰেচিডেঞ্চিৰ ভিতৰত …
- আগ্ৰা ফ'ৰ্টআগ্ৰা ফ'ৰ্ট (आगरा का किला, Agra Fort) বা আগ্ৰাৰ লালকিল্লা মোগল স্থাপত্যৰ এক অনবদ্য নিদৰ্শন…
- আগৰতলাআগৰতলা (আগব়তলা; Agartala, ) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী, আৰু উত্তৰ-পূব ভাৰতৰ অন্যত…
- আগৰতলা পৌৰ নিগমআগৰতলা পৌৰ নিগম বা এএমচি (আগৰতলা পৌৰনিগম, Agartala Municipal Corporation) হৈছে ভাৰতৰ ত্ৰিপ…
- আগৱাৰাআগৱাৰা উত্তৰ উগাণ্ডাৰ আলুৰ জনগোষ্ঠীৰ ৰাজকীয় নৃত্য। এই নৃত্য ৰজা(Rwot)ৰ উপস্থিতিত পৰিৱেশন …
- আঘোণআঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে মাৰ্গশীৰ্ষ। মৃগশিৰা নক্ষত্ৰ…
- আঙঠিআঙঠি হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।
- আঙঠি পিন্ধোৱাআঙঠি পিন্ধোৱা অসমীয়া পৰম্পৰাগত বিবাহ অনুষ্ঠানৰ সতে জড়িত এক মাংগলিক কাৰ্য। বিবাহৰ বাবে উপ…
- আঙুলি সঞ্চালনআঙুলি সঞ্চালন হৈছে যৌন সুখ লাভৰ বাবে নিজৰ বা আন কাৰোবাৰ আঙুলি যোনি বা মলদ্বাৰত সুমুৱাই দি …
- আঙুৰআঙুৰ হৈছে ভিটিচ্ গণৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ বা তাৰ ফল। উদ্ভিদগতভাৱে ই এক প্ৰকাৰৰ ব…
- আঙুৰলতা ডেকাআঙুৰলতা ডেকা (ইংৰাজী: Angoorlata Deka) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতি…
- আচকনআচকন হৈছে ভাৰত উপমহাদেশৰ পুৰুষে পিন্ধা আঁঠুলৈকে জেকেট। ইয়াক ঠাইভেদে বাঘল বান্দি বুলিও জনা…
- আচল উত্তাড়ৰ যুদ্ধআচল উতাড়ৰ যুদ্ধ (Battle of Asal Uttar; आसल उत्ताड़, ਆਸਲ ਉਤਾੜ) হৈছে ১৯৬৫ চনৰ ভাৰত পাকিস্তা…
- আচলা সচদেৱআচলা সচদেৱ (Achala Sachdev) (৩ মে' ১৯২০ – ৩০ এপ্ৰিল ২০১২) হিন্দী ভাষাৰ চলচ্চিত্ৰ জগতৰ ক্লা…
- আচা ছেপ্ট্ৰিয়াছাজেলিতা চেপ্ট্ৰিয়াছা (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৯), পেচাগতভাৱে আচা চেপ্ট্ৰিয়াছা নামে পৰিচিত, …
- আচানকোভিল নদীঅচানকোভিল নদী (Achankovil River) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মাজেদি বৈ যোৱা ১২৮ কিলোমিটাৰ (৮০…
- আচাপ্পমআচাপ্পম (achappam); ‘আচ’ অৰ্থাৎ সাঁচ আৰু মালয়ালম ভাষাত ‘আপ্পাম’ অৰ্থাৎ আটাৰে তৈয়াৰ কৰা খ…
- আচাৰ্য পিংগলাআচাৰ্য পিংগলা (অনুমাণিক: খ্ৰীষ্টপূৰ্ব তৃতীয়–দ্বিতীয় শতিকা) আৰু ছন্দঃ শাস্ত্ৰৰ লেখক, যাক …
- আচাৰ্য শেখৰ চক্ৰৱৰ্তীআচাৰ্য শেখৰ চক্ৰৱৰ্তী (১৭ শতিকা) কোচ ৰজা প্ৰাণনাৰায়ণৰ সভাপণ্ডিত আছিল। কামৰূপৰ এই পণ্ডিতগৰ…
- আচিনআচিন থত্তুমকাল (জন্ম: ২৬ অক্টোবৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যমত বিশেষভাৱে…
- আচেনাআচেনা মধ্যযুগৰ তুৰ্কীৰ গকতুৰ্ক সংস্কৃতিত পৌৰাণিক কাহিনীৰ সৈতে জড়িত এগৰাকী মাইকী পহুৰ নাম।…
- আচেৰীআচেৰী দক্ষিণ হিমালয়ৰ বিশেষকৈ কুমাওনৰ আশে-পাশে থকা অঞ্চলৰ লোককথাৰ একোগৰাকী কণমানি ছোৱালীৰ …
- আচ্ছাদন তন্ত্ৰআচ্ছাদন তন্ত্ৰ হৈছে এক অংগ তন্ত্ৰ যি জীৱদেহক পানীৰ অৱক্ষয় বা বাহ্যিক আঘাট আদিৰ পৰা ৰক্ষা …
- আচৰণআচৰণ বা আচাৰ বা ব্যৱহাৰ (Behaviour) হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা কৃত্ৰিম বুদ্…
- আচৰণবাদআচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায…
- আচৰানীগোৱৰ্ধন আচৰানী (Govardhan Asrani) (জন্ম: ১ জানুৱাৰী ১৯৪১) জনপ্ৰিয়ভাৱে আছৰানী নামেৰে পৰিচি…
- আছ-ছাজদাআছ-ছাজদা (السجدة), হৈছে পবিত্ৰ কোৰআনৰ ৩২তম ছূৰা (অধ্যায়) য’ত ৩০টা আয়াত (শ্লোক) আছে। ছূৰা…
- আছ-ছাফাতআছ-ছাফ্ফাত (الصافات, ’aṣ-ṣāffāt, অৰ্থ: যিসকলে নিজকে ক্ৰম অনুসৰি ৰেংক কৰে, "ৰেঞ্জেড ইন ৰো"…
- আছ-ছুন্না ফাউণ্ডেশ্যনআছ-ছুন্নাহ ফাউণ্ডেচন হৈছে বাংলাদেশৰ অৰাজনৈতিক আৰু অলাভজনক ধৰ্মীয় সংগঠন। ইয়াত শিক্ষা, ইছল…
- আছগৰ ফৰহাদীআছগৰ ফৰহাদী (اصغر فرهادی,; জন্ম ৭ মে' ১৯৭২) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যক…
- আছগৰী বাইআছগৰী বাই ( Asgari Bai; ২৫ আগষ্ট ১৯১৮ – ৯ আগষ্ট ২০০৬) এগৰাকী ভাৰতীয় ধ্ৰুপদী সংগীত শিল্পী।…
- আছফাক আহমেদআছফাক আহমেদ (উৰ্দুঃ اشفاق احمد خان; ২২ আগষ্ট ১৯২৫ – ৭ ছেপ্টেম্বৰ ২০০৪) এগৰাকী পাকিস্তানী ল…
- আছমা জাহাংগীৰআছমা জিলানি জাহাংগীৰ (Asma Jahangir; ২৭ জানুৱাৰী ১৯৫২ - ১১ ফেব্ৰুৱাৰী ২০১৮) আছিল এগৰাকী পা…
- আছলি বায়ৰামআচলি বায়ৰাম (ইংৰাজী: Aslı Bayram; জন্ম: ১ এপ্ৰিল ১৯৮১) এগৰাকী জাৰ্মান অভিনেত্ৰী, লেখিকা আ…
- আছা আকিৰাআছা আকিৰা (জন্ম: ১৯৮৪/১৯৮৫) হৈছে এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, লেখিকা …
- আছা বিখোৱাণ্ড আছা বি আল-জাৰ্কাছিয়া (মৃত্যু ১৫০৯) এগৰাকী মামলুকৰ পত্নী আছিল। চুলতান ছাইফ আদ-দিন …
- আছাদুদ্দিন ওৱাইছিআছাদুদ্দিন ওৱাইছি এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন দলৰ…
- আছাম টক্ছআছাম টক্ছ এটা অসমীয়া ভাষাৰ সংবাদভিত্তিক টিভি চেনেল, যাৰ মালিক ৰ'কলেণ্ড মিডিয়া এণ্ড কমিউ…
- আছামা ভাইৰাচআছামা ভাইৰাছ (ASAV) আৰ এন এ হাণ্টাভাইৰাছৰ এটা প্ৰকাৰ আৰু ই একক ডালযুক্ত, আৱৰণযুক্ত, খণ্ডিত…
- আছিকোআছিকো কেমেৰুণৰ দক্ষিণ অঞ্চলৰ এক জনপ্ৰিয় নৃত্য। ইয়াৰ উপৰি, ই এটা সংগীত ধাৰা যিটো ছিয়েৰা …
- আছিফা আখতাৰআছিফা আখতাৰ:Asifa Akhtar; এগৰাকী পাকিস্তানী জীৱবিজ্ঞানী যিয়ে ক্ৰম'জম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত…
- আছিমাআছিমা এগৰাকী প্ৰাচীন চেমিটিক দেৱী। আছিমা আছিল আক্কাদিয়ান দেৱী শ্বিমতি ("ভাগ্য")ৰ সৈতে সম্…
- আছিয়েহ আমিনিআছিয়েহ আমিনি (Asieh Amini; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৭৩) এগৰাকী ইৰাণী কবি আৰু সাংবাদিক৷ তেওঁ …
- আজ জানে কী জিদ না কৰোআজ জানে কী জিদ না কৰো হৈছে পাকিস্তানৰ প্ৰখ্যাত কবি ফায়াজ হাশ্মিৰ দ্বাৰা ৰচিত এটি গীতি-কবি…
- আজ তকআজ তক (Aaj Tak; ) হৈছে নতুন দিল্লীস্থিত সংবাদ-গোষ্ঠী লিভিং মিডিয়া গ্ৰুপ (ইণ্ডিয়া টুডে’ গ…
- আজম আলীআজম আলী (ফাৰ্চী: اعظم علی) এগৰাকী ইৰানী সংগীতজ্ঞ। তেওঁ একক শিল্পী হিচাপে নিজাকৈ গীত মুকলি …
- আজম টেলিঘানীআজম তালেঘানী (Azam Taleghani; (১৯৪৩ – ৩০ অক্টোবৰ ২০১৯) ইৰাণৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদি…
- আজমেৰ-মেৰৱাৰাআজমেৰ-মেৰৱাৰা (আজমীৰ প্ৰদেশ আৰু আজমেৰ-মেৰৱাৰা-কেকৰী বুলিও জনা যায়) ঐতিহাসিক আজমেৰ অঞ্চলৰ …
- আজমেৰী হক বাঁধনআজমেৰী হক বাঁধন (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী বাংলাদেশী অভিনেত্ৰী। তেওঁ বাংলাদেশৰ চলচ্চিত…
- আজলি আই (বা-ভগা) থান সত্ৰআজলি আই থান (বা ভগা) থান সত্ৰ মাজুলী জিলাৰ মধ্যভাগৰ বৃহত্তৰ শেনচোৱা অঞ্চলত অৱস্থিত মায়ামৰ…
- আজলী নবৌআজলী নবৌ (Ajali Nabou) ১৯৮০ চনত মুক্তি পোৱা এন চি প্ৰডাকচনৰ বেনাৰত এন চি দত্ত প্ৰযোজিত আৰু…
- আজলীতৰা নেওগআজলীতৰা নেওগ (১৯১৩–১৯৪৯) এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।
- আজহিকাল সমুদ্ৰতটআজহিকাল সমুদ্ৰতট (Azheekal Beach) ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ কৰুণাগাপল্লী তালুকত আৰ…
- আজাতাৰআজাতাৰ ফিনিছ লোককথাত থকা এটা দুষ্ট নাৰী আত্মা। নামটো কেতিয়াবা আজাত্তাৰা বুলিও লিখা হয়।
- আজাদ কাশ্মীৰ দিৱসপ্ৰত্যেক বছৰে ২৪ অক্টোবৰত আজাদ কাশ্মীৰ দিৱস পালন কৰা হয়। ১৯৪৭ চনত ৰাজ্যখন স্থাপন হোৱা দিন…
- আজাদী টাৱাৰআজাদী টাৱাৰ (Azadi Tower) হ'ল ইৰানৰ ৰাজধানী চহৰ তেহৰানত অৱস্থিত এটা স্মৃতিসৌধ। ইয়াক স্থান…
- আজাদেহ ছামাদীআজাদেহ ছামাদী (ফাৰ্চী: آزاده صمدی; জন্ম ৭ জানুৱাৰী ১৯৭৯) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ হাফে…
- আজান (চৰাই)আজান বা হালখেদা (Grey Heron Ardea cinerea ) কণামুচৰি পৰিয়ালৰ এবিধ ডাঙৰ প্ৰজাতিৰ কণামুচৰি…
- আজান পীৰআজান ফকীৰ (Ajan Fakir) এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজ…
- আজান পীৰ বঁটাআজান পীৰ বঁটা অসম চৰকাৰৰ তৰফৰ পৰা ২০০৪ চনত প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ পৰ্য্যায়ক্ৰমিক ব্যৱধ…
- আজান পীৰৰ দৰগাহআজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজ…
- আজান ফকীৰ চাহেব (চলচ্চিত্ৰ)আজান ফকীৰ চাহেব হৈছে বাণী কলিতা পৰিচালিত আৰু আছিফ ইকবাল হুছেইন প্ৰযোজিত এখন অসমীয়া চলচ্চি…