আছ-ছুন্নাহ ফাউণ্ডেচন হৈছে বাংলাদেশৰ অৰাজনৈতিক আৰু অলাভজনক ধৰ্মীয় সংগঠন।১ ইয়াত শিক্ষা, ইছলামিক দ’ৱাহ আৰু মানৱ কল্যাণকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। ২০১৭ চনত শ্বেখ আহমদুল্লাই প্ৰতিষ্ঠা কৰিছিল আৰু আৰম্ভণিৰে পৰাই অধ্যক্ষ হিচাপে পৰিচালনা কৰি আহিছে।২ ৩ ৪ এই সংস্থাৰ অধীনত আছ-ছুন্নাহ দক্ষতা বিকাশ প্ৰতিষ্ঠান আৰু মাদ্ৰাছাত-চুন্না নামৰ মাদ্ৰাছা কাৰ্যসূচী আৰম্ভ কৰা হৈছে।৫ এই সংস্থাটোৱে শিক্ষা, সেৱা আৰু দাৱাহৰ নীতিৰ ওপৰত কাম কৰে। সংস্থাটোৱে বন্যাক্ৰান্তক সাহায্য বিতৰণ, ঠাণ্ডাৰ বাবে কাপোৰ বিতৰণ, ভোকাতুৰ লোকক খাদ্য বিতৰণকে ধৰি বিভিন্ন সেৱামুখী কাম-কাজ চলায়।৬ ৭
তথ্যসূত্ৰ
- ↑ মোমেনীন মাণিক, আমিৰুল. (১৭ জুলাই ২০২০). মানবসেবায় আস-সুন্নাহ ফাউণ্ডেশন. কালেৰ কণ্ঠ
- ↑ উদ্দিন, মুহাম্মদ মিনহাজ. (1970-01-01). শায়খ আহমাদুল্লাহ: তিনি যেভাবে বেড়ে উঠেছেন. dhakapost.com
- ↑ বন্যাদুৰ্গতদেৰ পাশে শায়খ আহমাদুল্লাহ’ৰ প্ৰতিষ্ঠান. যুগান্তৰ
- ↑ অসহায় মানুষেৰ পাশে আস সুন্নাহ ফাউণ্ডেশন. বাৰ্তা২৪
- ↑ bvnews24.com. আস-সুন্নাহ ফাউণ্ডেশনে বিজ্ঞপ্তি, লোগো ডিজাইনে মিলবে টাকা. বিভিনিউজ২৪
- ↑ (৯ জানুয়াৰি ২০২৩). দেশেৰ বিভিন্ন স্থানে শীতবস্ত্ৰ বিতৰণ কৰেছে আস-সুন্নাহ ফাউণ্ডেশন. জাগো নিউজ
- ↑ দেশজুড়ে এ বছৰ ৭০ হাজাৰ চাৰা ৰোপণ কৰছে আস-সুন্নাহ ফাউণ্ডেশন. Daily Nayadiganta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আছ-ছুন্না ফাউণ্ডেশ্যন” প্ৰবন্ধৰ সংশোধন ৪৯৩৯০০ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।