অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আজম টেলিঘানী

আজম তালেঘানী (Azam Taleghani; (১৯৪৩ – ৩০ অক্টোবৰ ২০১৯) ইৰাণৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক আছিল যি ইৰাণৰ ছ'চাইটি অৱ ইছলামিক ৰিভল্যুচন ৱমেনৰ মুৰব্বী, পায়াম-ই-হাজাৰ সাপ্তাহিক কাকতৰ সম্পাদক, ইৰাণৰ সংসদৰ সদস্য আছিল।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আজম তালেঘানী (Azam Taleghani; (১৯৪৩ – ৩০ অক্টোবৰ ২০১৯) ইৰাণৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক আছিল যি ইৰাণৰ ছ'চাইটি অৱ ইছলামিক ৰিভল্যুচন ৱমেনৰ মুৰব্বী,১ পায়াম-ই-হাজাৰ সাপ্তাহিক কাকতৰ সম্পাদক, ইৰাণৰ সংসদৰ সদস্য আছিল।২

প্ৰাৰম্ভিক জীৱন

ইৰাণত জন্মগ্ৰহণ কৰা তালেঘানী আছিল আয়াতুল্লাহ মাহমুদ তালেঘানীৰ কন্যা। পাহলৱী শাসনৰ সময়ত তেওঁ কাৰাগাৰত কটাবলগীয়া হৈছিল।৩ ইৰাণী বিপ্লৱৰ পিছত তেওঁ ইৰাণৰ সংসদৰ সদস্য আছিল৷ তেওঁ "জামে'ই জানান মোছালমান" (মুছলমান মহিলাৰ সমাজ) প্ৰতিষ্ঠা কৰিছিল আৰু মহিলা আৰু নাৰীৰ অধিকাৰৰ বিষয়ে ইছলামিক আলোচনী পাইয়াম ই হাজাৰউইকলি প্ৰকাশ কৰিছিল।২ ২০০৩ চনত তেওঁ জাহৰা কাজেমীৰ মৃত্যুৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে।১৪ ২০০১ আৰু ২০০৯ চনত তালেঘানীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব দাখিল কৰে যদিও সকলো মহিলাৰ প্ৰাৰ্থীৰ দৰেই ইৰাণৰ গাৰ্ডিয়ান কাউন্সিলে তেওঁৰ প্ৰাৰ্থীত্বও নাকচ কৰে।৫৬

তেওঁৰ ৰাজনৈতিক আদৰ্শই "বিপ্লৱী ইছলামবাদৰ প্ৰগতিশীল ব্ৰেণ্ড"ৰ সমৰ্থন কৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ Iran: Sit-in by Azam Taleghani in front of Evin prison
  2. ↑ فرخ‌زاد، پوران (Pooran Farrokhzad). کارنمای زنان کارای ایران (از دیروز تا امروز). تهران: نشر قطره، ۱۳۸۱، ، 533
  3. ↑ همایش یکصدمین سال تولد مهندس بازرگان
  4. ↑ تحصن اعظم طالقانی در مقابل زندان اوین
  5. ↑ گفتگوی خبرنگاران ترک با اعظم طالقانی
  6. ↑ اعظم طالقانی کاندیدای جدید ریاست جمهوری
  7. ↑ Azizi, Arash. (November 2019). Azam Taleghani, Defiant Would-Be President of Iran, Dies at 76. The New York Times

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকৰাজনীতিবিদমহিলা ৰাজনীতিবিদইৰাণৰ ব্যক্তিইৰানীয় নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজম টেলিঘানী” প্ৰবন্ধৰ সংশোধন ৪৯৩৯০৪ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।