অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আজান পীৰ বঁটা

আজান পীৰ বঁটা অসম চৰকাৰৰ তৰফৰ পৰা ২০০৪ চনত প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ পৰ্য্যায়ক্ৰমিক ব্যৱধান ২ বছৰ আৰু স্থিতি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ।

হালনাগাদ: ২০ মে’ ২০২৫ ২১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আজান পীৰ বঁটা অসম চৰকাৰৰ তৰফৰ পৰা ২০০৪ চনত প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ পৰ্য্যায়ক্ৰমিক ব্যৱধান ২ বছৰ আৰু স্থিতি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ।১

বঁটা প্ৰাপকৰ তালিকা

বৰ্ষবঁটা প্ৰাপকৰ নাম
২০০৪ৰেকিবুদ্দিন আহমেদ
২০০৫হেম ভাই
২০০৬তফজ্জুল আলী
২০০৭ড° বীৰেন্দ্ৰ নাথ দত্ত
২০০৮ইমৰান ছাহ
২০১৫অৰুণ শৰ্মা
২০২১ড° অমলেন্দু ভট্টাচাৰ্য
২০২৩আনোৱাৰ হুছেইন

তথ্যসূত্ৰ

  1. ↑ অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰ সমূহ. সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ, অসম চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ বঁটাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজান পীৰ বঁটা” প্ৰবন্ধৰ সংশোধন ৫১০৫০৯ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।