অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আছাম টক্‌ছ

আছাম টক্‌ছ এটা অসমীয়া ভাষাৰ সংবাদভিত্তিক টিভি চেনেল, যাৰ মালিক ৰ'কলেণ্ড মিডিয়া এণ্ড কমিউনিকেশ্বন প্ৰাইভেট লিমিটেড।

হালনাগাদ: ২ আগষ্ট ২০২৫ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আছাম টক্‌ছ এটা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাৰ সংবাদভিত্তিক টিভি চেনেল, যাৰ মালিক ৰ'কলেণ্ড মিডিয়া এণ্ড কমিউনিকেশ্বন প্ৰাইভেট লিমিটেড। ১

ইতিহাস

আছাম টক্‌ছ চেনেলটো ২০১৫ চনৰ ২ মে'ৰ পৰা আৰম্ভ হয়।

অনুষ্ঠান সমূহ

  • প্ৰাইম ডেইলি
  • ৰেকৰ্ড কেৱল ৰেকৰ্ড
  • অফবিট
  • ৰেপিড ফায়াৰ ব্ৰেকফ্ৰি
  • শাৰ্প কাট উইথ ৰুবুল দাস

তথ্যসূত্ৰ

  1. ↑ Assam Number one channel. www.assamtalks.in

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেলঅসমৰ প্ৰচাৰ মাধ্যম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আছাম টক্‌ছ” প্ৰবন্ধৰ সংশোধন ৫২৯৭৯০ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।