আগষ্ট গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ অষ্টম মাহ। এই মাহত মুঠ ৩১ দিন।
নামকৰণ
ৰোমান সম্ৰাট আগষ্টাচৰ সন্মানত এই মাহৰ নামকৰণ কৰা হয় আগষ্ট।
দিৱস
- আন্তৰ্জাতিক যুৱ দিৱস: ১২ আগষ্ট
- স্বাধীনতা দিৱস (ভাৰত): ১৫ আগষ্ট
- আন্তৰ্জাতিক মানৱতা দিৱস: ১৯ আগষ্ট
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগষ্ট” প্ৰবন্ধৰ সংশোধন ২৭২৪৯৫ (২৮ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।