আছাদুদ্দিন ওৱাইছি এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন দলৰ সভাপতি।১ হায়দৰাবাদৰ পৰা লোকসভাৰ সদস্য হিচাপে ৫ বাৰকৈ নিৰ্বাচিত হৈছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আছাদুদ্দিন ওৱাইছি” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৫৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।