অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আকাশবাণী তেজপুৰ

আকাশবাণী তেজপুৰ (ইংৰাজী: Akashvani Tezpur) হৈছে শোণিতপুৰ জিলাৰ তেজপুৰ নগৰত অৱস্থিত আকাশবাণীৰ এটা অনলাইন ৰেডিঅ' ষ্টেচন, যিটো ২০০৮ চনত স্থাপন কৰা হয়। পুৰণি গীত, অনুষ্ঠান আৰু বাতৰি প্ৰচাৰ কৰাই ইয়াৰ মুখ্য লক্ষ্য। এই ৰেডিঅ' ষ্টেচনটো এফএমৰ ১০২.৪ মেগাহাৰ্টচত উপলব্ধ।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আকাশবাণী তেজপুৰ (ইংৰাজী: Akashvani Tezpur) হৈছে শোণিতপুৰ জিলাৰ তেজপুৰ নগৰত অৱস্থিত আকাশবাণীৰ এটা অনলাইন ৰেডিঅ' ষ্টেচন, যিটো ২০০৮ চনত স্থাপন কৰা হয়।১ পুৰণি গীত, অনুষ্ঠান আৰু বাতৰি প্ৰচাৰ কৰাই ইয়াৰ মুখ্য লক্ষ্য। এই ৰেডিঅ' ষ্টেচনটো এফএমৰ ১০২.৪ মেগাহাৰ্টচত উপলব্ধ।২

অনলাইনত শুনক

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আকাশবাণী তেজপুৰ. News On Air. Prasar Bharati
  2. ↑ Akashvani Tezpur Radio Station. OnlineRadioFM

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰচাৰ মাধ্যমতেজপুৰৰেডিঅ' ষ্টেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাশবাণী তেজপুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮৮৯৮ (২৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।