অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

আখৈ ফুল

আখৈ ফুল হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা-থোপ হৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দূৰলৈ বিয়পি পৰে। ব'হাগৰ সময়ত ফুলে। এই স্ক্ৰেম্বলিং চিৰসেউজ জোপোহাটো ৰ’দত বা অৰ্ধছাঁত খেতি কৰিব পাৰি। ইয়াৰ পাত পিনাট আৰু বগা, প্ৰবল সুগন্ধিযুক্ত, তৰাৰ আকৃতিৰ ফুলৰ গোট থাকে।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আখৈ ফুল হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা-থোপ হৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দূৰলৈ বিয়পি পৰে। ব'হাগৰ সময়ত ফুলে। এই স্ক্ৰেম্বলিং চিৰসেউজ জোপোহাটো ৰ’দত বা অৰ্ধছাঁত খেতি কৰিব পাৰি। ইয়াৰ পাত পিনাট আৰু বগা, প্ৰবল সুগন্ধিযুক্ত, তৰাৰ আকৃতিৰ ফুলৰ গোট থাকে। পূব এছিয়াত প্ৰাকৃতিকভাৱে পোৱা থলুৱা প্ৰজাতিৰ জেচমিনৰ ভিতৰত এইটো অন্যতম।১ বেলৰ কাণ্ডৰ ব্যাস ৪ চে.মি.লৈকে লিপিবদ্ধ কৰা হৈছে। ই সাধাৰণতে লতা হিচাপে গজে যদিও জোপোহা হিচাপে ফুল আৰু ফল দিব পাৰে।২

সাধাৰণ নাম

  • অসমীয়া: আখৈ ফুল, সৰস্বতী ফুল
  • ইংৰাজী: ৰেড কুন্দ (Red Kund), আৰ-লিফ জেছ্‌মিন (Ear-leaf Jasmine)
  • মণিপুৰী: কুন্দো আৰাংবা (ꯟꯗꯣ ꯑꯔꯥꯡꯕꯥ)
  • মাৰাঠী: নেৱালী (नेवाळी)

তথ্যসূত্ৰ

  1. ↑ Jasminum elongatum. Useful Tropical Plants
  2. ↑ F.A.Zich; B.P.M.Hyland; T.Whiffen. (2020). Jasminum elongatum. Australian Tropical Rainforest Plants Edition 8 (RFK8). Centre for Australian National Biodiversity Research (CANBR), Australian Government

সম্পৰ্কিত শ্ৰেণী

ফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আখৈ ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৫৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।