আকৰ্ষ খুৰানা(Akarsh Khurana) এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেতা। তেঁও অভিনেতা, পৰিচালক আকাশ খুৰানাৰ পুত্ৰ।১ তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে টিভিএফ ট্ৰিপলিং (এজন লেখক হিচাপে)২, ইয়ে মেৰী ফেমীলি (অভিনেতা),৩ মিচমেচ্চড (পৰিচালক হিচাপে)৪ আৰু কৃষ (এজন সহায়ক চিত্ৰনাট্য লেখক হিচাপে)।৫
জীৱনী
আকৰ্ষ খুৰানাই মুম্বাইৰ ছেইণ্ট জেভিয়াৰকলেজৰ পৰা পৰিসংখ্যা বিজ্ঞানত স্নাতক সন্মান অৰ্জন কৰিছে।৬ তেওঁ মিউজিয়াম কে আণ্ডাৰ ফঁচ গয়া সিকন্দৰ (নাইট এট দা মিউজিয়ামৰ এটা ডাব কৰা সংস্কৰণ) চলচ্চিত্ৰৰ যোগেদি কৰ্মজীৱন আৰম্ভ কৰিছিল।৭ তেওঁ নিজৰ কোম্পানী একেভেৰীআচ প্ৰডাকচনৰ সৈতে দা ভাইৰেল ফিভাৰ আৰু আৰ এছ এণ্টাৰটেইনমেণ্ট আদি বিভিন্ন কোম্পানীত কাম কৰাৰ ১৫ বছৰৰো অধিক অভিজ্ঞতা লাভ কৰিছে।৬
২০২০ চনৰ ছেপ্টেম্বৰত তেওঁ তেওঁৰ ভাতৃ আধাৰ খুৰানাৰ সৈতে ট্ৰাইকা প্ৰডাকচনৰ এটা নতুন কোম্পানী আৰম্ভ কৰিছিল।৮
ৱেব চিৰিজ আৰু চলচ্চিত্ৰৰ লগতে তেওঁ ছবিগৃহতো প্ৰদৰ্শন কৰে।
২০২১ চনৰ মে' মাহলৈকে, তেওঁ নতুন ক্ৰীড়াভিত্তিক নাটক চলচ্চিত্ৰ ৰশ্মি ৰকেটত কাম কৰি আছে।৯১০
তথ্যসূত্ৰ
- ↑ (2018-04-17). Talking Fatherhood And Films With Akash, Akarsh, And Adhaar Khurana
- ↑ Nevatia, Shreevatsa. (2016-09-17). FC Web Watch: Tripling. Film Companion
- ↑ (2018-07-23). TVF's Yeh Meri Family: This nostalgic trip teaches the importance of siblings. The Indian Express
- ↑ (2020-11-24). Director Akarsh Khurana, writer Gazal Dhaliwal discuss Netflix's Mismatched and adapting a popular book to screen-Entertainment News, Firstpost. Firstpost
- ↑ Akarsh Khurana: Three years of working on 'Krrish' were like film school for me - Times of India. The Times of India
- ↑ Akarsh Khurana. লিংকডইন
- ↑ Museum Ke Andar Phans Gaya Sikandar (2006) - Movie · Reviews, Cast & Release Date - BookMyShow. in.bookmyshow.com
- ↑ TROIKA PRODUCTIONS LLP - Company, directors and contact details · Zauba Corp. www.zaubacorp.com
- ↑ (2019-09-04). Tamil director Nanda Periyasamy makes Hindi debut with 'Rashmi Rocket'. The News Minute
- ↑ Rashmi Rocket - Wikipedia. en.m.wikipedia.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকৰ্ষ খুৰানা” প্ৰবন্ধৰ সংশোধন ২৮১৩২৬ (৮ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।