অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ক ১,৮৫০ প্ৰবন্ধ
- কলামণ্ডলাম কল্যাণীকুট্টি আম্মাকলামণ্ডলম কল্যাণীকুট্টি আম্মা (১৯১৫-১৯৯৯) দক্ষিণ ভাৰতৰ কেৰালাৰ এগৰাকী যুগান্তকাৰী মহিনিয়া…
- কলি (অসুৰ)কলি (দেৱনাগৰী: कलि) হৈছে হিন্দু ধৰ্মীয় পৌৰাণিক কাহিনীত বৰ্ণিত এজন অসুৰ। তেওঁ কলিযুগত ৰাজত…
- কলি আই থানশ্ৰী শ্ৰী কলি আই থান (Sri Sri Koli Aai Thaan) ডিব্ৰুগড় জিলাৰ ৰাজভেটা পঞ্চায়তৰ অন্তৰ্গত চ…
- কলিংগ (অঞ্চল)কলিংগ ভাৰতৰ এক ঐতিহাসিক অঞ্চল। ইয়াক সাধাৰণতে গংগা আৰু গোদাৱৰী নদীৰ মাজৰ পূব উপকূলীয় অঞ্চ…
- কলিংগ বিশ্ববিদ্যালয়কলিংগ বিশ্ববিদ্যালয় এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। এইখন ভাৰতৰ ছত্তীশগড় ৰাজ্যৰ ৰায…
- কলিংগ যুদ্ধকলিংগ যুদ্ধ (খ্ৰীষ্টপূৰ্ব ২৬১ খ্ৰীষ্টাব্দত সমাপ্ত হোৱা) প্ৰাচীন ভাৰতত মহান অশোকৰ অধীনত মৌৰ…
- কলিকটকলিকট (കോഴിക്കോട് ), হ'ল দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যৰ মালাবাৰ উপকূলত অৱস্থিত এখন মহানগৰ। ই ক…
- কলিকতাকলিকতা বা কলকাতা (Kolkata; বা Calcutta, কলকাতা) পশ্চিমবংগৰ ৰাজধানী, প্ৰদান বাণিজ্য কেন্দ্ৰ…
- কলিকতা জিলাকলিকতা জিলা (Kolkata district) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ এখন জিলা, যাৰ মুখ্য কাৰ্যালয় ক…
- কলিকতা বিশ্ববিদ্যালয়কলিকতা বিশ্ববিদ্যালয় (University of Calcutta) পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত এখন ৰাজহ…
- কলিকতাৰ কৃষ্ণ কূপকলিকতাৰ কৃষ্ণ কূপ (Black Hole of Calcutta) আছিল কলিকতাৰ ফৰ্ট উইলিয়াম দূৰ্গত থকা এটি অন্ধক…
- কলিতা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ব্যক্তি: উপাধি হিচাপে অৰূপা পটংগীয়া কলিতা (জন্ম: ১৯৫৬), ভাৰতীয় লেখিকা। ইভান কলিতা (১৯২৭–…
- কলিতা জনগোষ্ঠীকলিতা (Kalita) হৈছে উত্তৰ-পূব ভাৰত তথা অসমৰ এক প্ৰাচীন জনগোষ্ঠী। পৌৰাণিক কামৰূপ ৰাজ্যৰ বাস…
- কলিতা জাতিৰ ইতিহাসকলিতা সকলৰ প্ৰসঙ্গত কালিৰাম মেধিয়ে এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈ থৈছে। মেধিৰ মতে, Assam is…
- কলিবাৰীকলিবাৰী (Kolibari) তেজপুৰ নগৰত অৱস্থিত এখন ঠাই৷ কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কল…
- কলিমাকালিমা হ'ল ইছলামৰ মৌলিক বিশ্বাস সম্বলিত কেইটামান আৰৱী পংক্তিৰ নাম। ইয়াৰ মাধ্যমেই ইছলামৰ প…
- কলিয়াবৰ (লোকসভা সমষ্টি)কাজিৰঙা (কলিয়াবৰ) লোকসভা সমষ্টি (Kaziranga (Kaliabor) Lok Sabha constituency) অসমৰ ১৪টা ল…
- কলিয়াবৰ বিধানসভা সমষ্টিকলিয়াবৰ বিধানসভা সমষ্টি (ইংৰাজী: Kaliabor Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম…
- কলিয়াবৰ মহকুমাকলিয়াবৰ মহকুমা অসম ৰাজ্যৰ নগাঁও জিলাৰ পূব ভাগত অৱস্থিত এক প্ৰশাসনিক মহকুমা, যাৰ অৱস্থান উ…
- কলিয়াবৰ মহাবিদ্যালয়কলিয়াবৰ মহাবিদ্যালয় (kaliabor college) হৈছে নগাঁও জিলাৰ অন্যতম উল্লেখযোগ্য উচ্চ শিক্ষাৰ …
- কলিয়াবৰ যুদ্ধকলিয়াবৰ যুদ্ধ হৈছে মোগল সাম্ৰাজ্যৰ সেনাপতি দ্বিতীয় মীৰ জুমলাৰ নেতৃত্বত আৰু বৰগোহাঁইৰ নেত…
- কলীমূৰী হাঁহকলীমূৰী হাঁহ (Eurasian Teal or Common Teal, বৈজ্ঞানিক নাম-Anas crecca) এটা সচৰাচৰ দেখিবলৈ …
- কলীয়া গোঁসাই সত্ৰকলীয়া গোঁসাই সত্ৰ অসমৰ শোণিতপুৰ জিলাৰ বালিপৰা অঞ্চলত অৱস্থিত এখন সত্ৰ। বালিপৰা অঞ্চলক প্ৰ…
- কলীয়া ভোমোৰা বৰফুকনকলীয়া ভোমোৰা বৰফকুন (? - নৱেম্বৰ ১৮১০) আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত বৰফুকনৰ বাব পাইছিল। প…
- কলীয়াভোমোৰা সেতুকলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থি…
- কলেষ্টেৰলকলেষ্টেৰল বা Cholesterol (প্ৰাচীন গ্ৰীকৰ chole- (পিত্ত) আৰু ষ্টেৰচ (কঠিন), লগত এলক'হলৰ বাব…
- কলেৰাকলেৰা বুলিলে ভিব্ৰিঅ' কলেৰি (Vibrio cholerae) নামৰ বেক্টেৰিয়াবিধে মানুহৰ ক্ষুদ্ৰান্ত্ৰত ক…
- কলোম্বিয়ান বিবাদকলোম্বিয়ান বিবাদ ১৯৬৪ বা ১৯৬৬ত আৰম্ভ হোৱা এক কম-উগ্ৰ যুদ্ধ কলোম্বিয়ান চৰকাৰ, অৰ্ধ-সামৰিক…
- কল্কিকল্কি (कल्कि) বা কলকিন
- কল্কি সুব্ৰমণিয়মকল্কি সুব্ৰমণিয়ম (ইংৰাজী: Kalki Subramaniam) এগৰাকী ট্ৰান্সজেণ্ডাৰ অধিকাৰ কৰ্মী, সমাজকৰ্ম…
- কল্কি ২৮৯৮ এডি (চলচ্চিত্ৰ)কল্কি ২৮৯৮ এডি (KALKI 2898-A.D) হৈছে নাগ অশ্বিনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন আগন্তুক ভাৰ…
- কল্প (সময়)হিন্দু আৰু বৌদ্ধ ব্ৰহ্মাণ্ডবিজ্ঞানত সাধাৰণতে কোনো জগত বা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু বিনোদ…
- কল্প সূত্ৰকল্পসূত্ৰ (कल्पसूत्र) তীৰ্থংকৰসকলৰ জীৱনী, বিশেষকৈ পাৰ্শ্বনাথ আৰু মহাবীৰৰ জীৱনী সন্নিৱিষ্ট …
- কল্পকাহিনীকল্পকাহিনী (Fiction) হৈছে যিকোনো সৃষ্টিশীল ৰচনা, প্ৰধানকৈ যিকোনো আখ্যানমূলক ৰচনা, যিয়ে ব্…
- কল্পকাহিনীত কথা কোৱা প্ৰাণীপৌৰাণিক কাহিনী আৰু লোককথা, শিশু সাহিত্য, আধুনিক কমিক বুক আৰু এনিমেটেড কাৰ্টুনত কথা কোৱা জী…
- কল্পতৰুকল্পতৰু হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ লগত জড়িত ইচ্ছাপূৰ্ণ কৰিব পৰা এজোপা ঐশ্বৰিক গছ। ইয়াক …
- কল্পনা (অভিনেত্ৰী)কল্পনা ৰঞ্জনী ( Kalpana Ranjani; ৫ অক্টোবৰ ১৯৬৫ – ২৫ জানুৱাৰী ২০১৬) এগৰাকী ভাৰতীয় অভিনেত্…
- কল্পনা আয়াৰকল্পনা আয়াৰ (Kalpana Iyer; জন্ম: ২৬ জুলাই ১৯৫৬) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, গায়িক…
- কল্পনা কালাহস্তিকল্পনা কালাহস্তি:Kalpana Kalahasti; (জন্ম ১৯৭৪) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ত কৰ্মৰ…
- কল্পনা কাৰ্তিককল্পনা কাৰ্তিক (জন্ম:মোনা সিং; ১৯ ছেপ্টেম্বৰ ১৯৩১; Kalpana Kartik) এগৰাকী অৱসৰপ্ৰাপ্ত হিন্…
- কল্পনা কুমাৰী দেৱীকল্পনা কুমাৰী দেৱী (১৯৩৬ – ২৮ আগষ্ট ২০১৭) এজন ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ ওড়িয়া ভাষা…
- কল্পনা চাওলাকল্পনা চাওলা (ইংৰাজী: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান…
- কল্পনা চাকমাকল্পনা চাকমা (Kalpana Chakma) বাংলাদেশৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু নাৰীবাদী যি পাহাৰীয়া…
- কল্পনা চৌধুৰীকল্পনা চৌধুৰী (ইংৰাজী: Kalpana Choudhury) এগৰাকী প্ৰাক্তন ভাৰতীয় ফ্লাইৱেইট আৰু লাইট ফ্লাই…
- কল্পনা ছাইনীকল্পনা ছাইনী (Kalpana Saini; জন্ম: ১ অক্টোবৰ ১৯৫৯) ভাৰতীয় জনতা পাৰ্টিৰ (BJP) এগৰাকী ভাৰতী…
- কল্পনা দত্তকল্পনা দত্ত (অথবা কল্পনা যোশী; Kalpana Datta; ২৭ জুলাই ১৯১৩-৮ ফেব্ৰুৱাৰী ১৯৯৫) ভাৰতৰ স্বাধ…
- কল্পনা দাশকল্পনা দাশ (Kalpana Dash; ৭ জুলাই, ১৯৬৬ - ২৩ মে, ২০১৯) এগৰাকী ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰ…
- কল্পনা পাটোৱাৰীকল্পনা পাটোৱাৰী (Kalpana Patowary) অসমৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুল…
- কল্পনা মোৰপৰীয়াকল্পনা মোৰপৰীয়া এজন ভাৰতীয় বেংকাৰ। তাই তেত্ৰিশ বছৰ ধৰি আইচিআইচিআই বেংকৰ সৈতে জড়িত আছিল।…
- কল্পনা লাজমীকল্পনা লাজমী (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনা…
- কল্পনা শ্বাহকল্পনা শ্বাহ (জন্ম ৩০ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় শাৰী পৰিধান বিশেষজ্ঞ, শৈলী বিশেষজ্ঞ, লে…
- কল্পনা শৰ্মা কলিতাকল্পনা শৰ্মা কলিতা একাধাৰে বিশিষ্ট শিক্ষাসদী, প্ৰবন্ধ লেখক, সম্পাদক আৰু সাঁচিপতীয়া পুথিৰ …
- কল্পনা সাহিত্যকল্পনা সাহিত্য (Fantasy Literature) হৈছে প্ৰায়েই কাল্পনিক বিশ্বব্ৰহ্মাণ্ডত নিৰ্মিত সাহিত্…
- কল্পনা সৰোজকল্পনা সৰোজ (Kalpana Saroj, জন্ম-১৯৬১) হৈছে এগৰাকী ভাৰতীয় মহিলা উদ্যোগী আৰু টেড-এক্সৰ বক্…
- কল্পনা ৰমেশ নৰহিৰেনৰহিৰে কল্পনা ৰমেশ (Kalpana Ramesh Narhire; জন্ম: ২৫ অক্টোবৰ ১৯৬৯) ওছমানবাদ জিলাৰ এগৰাকী শ…
- কল্পবিজ্ঞানকল্পবিজ্ঞান হৈছে কল্পনামূলক সাহিত্যৰ এক ধাৰা যি সাধাৰণতে কল্পনাশীল আৰু ভবিষ্যন্তৰীণ ধাৰণা …
- কল্যাণ অৰ্থনীতিৰ মৌলিক উপপাদ্যকল্যাণমূলক অৰ্থনীতিৰ ২ মৌলিক উপপাদ্য আছে। প্ৰথম উপপাদ্যৰ মতে কোনো বজাৰ দুৰ্বল পাৰেট' ইষ্টত…
- কল্যাণ ঠাটকল্যাণ হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয…
- কল্যাণ বৰুৱাকল্যাণ বৰুৱা অসমৰ এজন গীটাৰবাদক। কল্যাণ বৰুৱাৰ জন্ম ডিব্ৰুগড় জিলাত। বৰুৱাই ১৫০ খনৰো অধিক …
- কল্যাণ বৰ্মাকল্যাণ বৰ্মা (Kalyana Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ চতুৰ্থজন ৰজা আছিল। এওঁ বল বৰ্মা …
- কল্যাণ ভূঞাকল্যাণ ভূঞা (ইংৰাজী: Kalyan Bhuyan, জ. ১৯৭৫) এগৰাকী কবি, প্ৰবন্ধকাৰ, অনুবাদক আৰু লোকবোধ্য …
- কল্যাণ সুন্দৰমকল্যাণ বৈদ্যনাথন কুট্টুৰ সুন্দৰম(Kalyan Vaidyanathan Kuttur Sundaram, ১১ মে' ১৯০৪ – ২৩ ছেপ…
- কল্যাণজী-আনন্দজীকল্যাণজী-আনন্দজী ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ সুৰকাৰ যুটি আছিল: কল্যাণজী ভিৰজী শ্বাহ ( জন্ম ৩…
- কল্যাণী ঘোষকল্যাণী ঘোষ, জন্ম: ১৯৪৬ চন, বাংলাদেশৰ এগৰাকী কণ্ঠশিল্পী। বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত স্বাধ…
- কল্যাণী দাসকল্যাণী দাস ( Kalyani Das) (১৯০৭–১৯৮৩)হৈছে এগৰাকী ভাৰতীয় বিপ্লৱী আৰু পশ্চিম বংগৰ জাতীয়তা…
- কল্যাণী প্ৰমোদ বালাকৃষ্ণনকল্যাণী প্ৰমোদ বালাকৃষ্ণন: Kalyani Pramod Balakrishnan; তামিলনাডুৰ চেন্নাইত বাস কৰা এগৰাকী…
- কল্যাণী প্ৰিয়দৰ্শনকল্যাণী প্ৰিয়দৰ্শন (Kalyani Priyadarshan; জন্ম: ৫ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। …
- কল্যাণী সেনকল্যাণী সেন (জন্ম প্ৰায় ১৯১৭) মহিলা সহায়ক বাহিনী,ভাৰত (WAC{I})ৰ এটা অংশ মহিলা ৰয়েল ইণ্ড…
- কল্লিয়ানকট্টু নীলিকল্লিয়ানকট্টু নীলি ( Kalliyankattu Neeli) হৈছে এজন কু-অভিপ্ৰায়ী আত্মা/যক্ষী যি কেৰেলাৰ ল…
- কল্লেন পুকুডানকল্লেন পক্বুডান ; জন্ম: ১৯৩৭), যাক কন্দল পক্বুডান বুলিও জনা যায়। পকুডান আছিল ভাৰতৰ কেৰালা…
- কল্লোলকল্লোল হ'ল বঙালী সাহিত্যৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী সাহিত্যিক আন্দোলনক, যাৰ সময়সীমা প্ৰায…
- কল্লোল (চলচ্চিত্ৰ)কল্লোল (Kallol) অতুল বৰদলৈ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত পৰিচালনা ৰুদ্ৰ বৰুৱাৰ…
- কলৰ চিপচকলৰ চিপচ (ইংৰাজী: Banana chip) হৈছে কলৰ টুকুৰা শুকুৱাই বা তেলত দকৈ ভাজি প্ৰস্তুত কৰা এবিধ …
- কলৰ ৰুটিকলৰ ৰুটি পিটিকি মিহি কৰা কলৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ মিঠা ৰুটি বা কেক। ই প্ৰায়ে আৰ্দ্ৰ আৰু…
- কস্তুৰবা গান্ধীকস্তুৰবা গান্ধী ( Kasturba Gandhi) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল৷ তেওঁৰ জন্ম …
- কস্তুৰবা গান্ধী বালিকা বিদ্যালয়কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (Kasturba Gandhi Balika Vidyalaya) ভাৰতৰ পিছপৰা শ্ৰেণীৰ ব…
- কস্তুৰী পাটনায়ককস্তুৰী পাটনায়ক (Kasturi Pattanaik) হৈছে এগৰাকী অগ্ৰণী ওড়িছী নৃত্য শিল্পী, প্ৰদৰ্শক, নৃত…
- কস্তুৰী মৃগকস্তুৰী মৃগ (Mask Deer) শিং নথকা এবিধ সৰু আকৃতিৰ হৰিণ৷ এই জাতৰ মৃগৰ মতা মৃগবোৰৰ নাভিৰ ওচৰত…
- কস্তুৰী ৰাজাধ্যাক্ষকস্তুৰী ৰাজাধ্যাক্ষ (Kasturi Rajadhyaksha) এগৰাকী ভাৰতীয় চিকিৎসক আৰু সমাজকৰ্মী আছিল। তেওঁ…
- কহিনুৰকহিনুৰ এক বিখ্যাত, ঐতিহাসিক হীৰা। বৰ্তমান ২১.১২ গ্ৰাম (১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত…
- কহিনুৰ থিয়েটাৰকহিনুৰ থিয়েটাৰ হৈছে অসমৰ এক জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰ…
- কহিমাকহিমা হৈছে ভাৰতৰ উত্তৰ-পূব ৰাজ্য নাগালেণ্ডৰ ৰাজধানী। প্ৰায় ১,০০,০০০ জনসংখ্যাৰ সৈতে ই ৰাজ্…
- কহোদাকহোদা প্ৰাচীন ভাৰতীয় উপমহাদেশৰ মিথিলা ৰাজ্যৰ এজন বৈদিক ঋষি আছিল। তেওঁ আছিল মিথিলা অঞ্চলৰ …
- কা মেইখাৰ ঘৰকা মেইখাৰ ঘৰ হৈছে তিলোত্তমা মিশ্ৰৰ দ্বাৰা ৰচিত এক অসমীয়া উপন্যাস। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ …
- কাঁচকাঁচ এবিধ আকাৰহীন (অস্ফটিকীয়) কঠিন পদাৰ্থ। ঘৰৰ খিৰিকী, পানী খোৱা গিলাচ, চশমা, গাড়ীৰ খিৰি…
- কাঁচঘৰকাঁচঘৰ (Kanchghar) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰ…
- কাঁচলী: লাইফ ইন এ শ্লাফকাঁচলী: লাইফ ইন এ শ্লাফ ( Kaanchli: Life in a Slough) ২০২০ চনৰ এখন ভাৰতীয় পিৰিয়দ নাট্যধৰ…
- কাঁচা বাদাম (গীত)বাদাম বাদাম দাদা কাঁচা বাদাম হ'ল সামাজিক মাধ্যমযোগে আলোড়ন সৃষ্টি কৰা এটি গীত। গীতটি ভু…
- কাঁচেৰ স্বৰ্গকাঁচেৰ স্বৰ্গ (Kancher Swarga) যাত্ৰীক ৰচিত আৰু পৰিচালিত ১৯৬২ চনৰ বঙালী ভাষাৰ এখন ভাৰতীয় …
- কাঁচৰ আঁহকাঁচৰ আঁহ (বা glass fibre) হৈছে ৰ অসংখ্য অতি সূক্ষ্ম আঁহেৰে গঠিত এক পদাৰ্থ। ইতিহাসৰ বিভিন্…
- কাঁথাকেঁথা (Kantha) হ'ল বাংলাদেশ আৰু ভাৰতৰ পূব অঞ্চল বিশেষকৈ ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা আৰু ওড়…
- কাংগড়ীকাংগড়ী (টাকৰী লিপিত: 𑚊𑚭𑚫𑚌𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতত কথিত। এই …
- কাংগাল শিলালিপিইণ্ডোনেছিয়াৰ মধ্য জাভা চহৰৰ মাগেলাং ৰিজেন্সিৰ চালামৰ কাদিলুৱিহ গাঁৱৰ গুনুং উঁকিৰ মন্দিৰ ক…
- কাংগিনাকাংগিনা বা কংগিনা বোকামাটি আৰু খেৰেৰে নিৰ্মিত বায়ুপ্ৰতিৰোধী বাচনত ৰখা সতেজ ফল, বিশেষকৈ আঙ…
- কাংগিলুকাংগিলু বা কাংগীলু ( Kangilu) দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উড়ুপি আৰু দক্ষিণ কানাড়া অঞ্চলৰ…
- কাংলুকাংলু (আৰু "কাংলাদেশী" বা "কাংলা") হৈছে ভাৰত প্ৰাথমিকভাৱে ব্যৱহাৰ কৰা এক অপমানজনক জাতিগত অ…
- কাংশপাৰ সত্ৰকাংশপাৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা অসমৰ কালসংহতিৰ অন্তৰ্গত এখন সত্ৰ। ১৫৪৫ শকত (১৬২৩ চন) স্…
- কাই চাংকাই চাং (১৪ মে' ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী চীনা ৰাজনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আ…
- কাই চিলাম্বত্তমকাই চিলাম্বত্তম ( Kai silambattam ) হৈছে প্ৰধানকৈ তামিলনাডুত পৰিবেশিত এক প্ৰাচীন লোকনৃত্য।…
- কাইডিপ্পে (শ্ৰুতিকথা)কাইডিপ্পে (প্ৰাচীন গ্ৰীক: Κυδίππη, ইংৰাজী: Cydippe) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় …
- কাইথেলী অংককাইথেলী অংক হৈছে প্ৰাচীন কায়স্থসকলে ভাষাৰ সুষমা যুক্ত কৰি সৃষ্টি কৰা পাটীগণিতীয় কিছুমান …
- কাইথেলী বা লহকৰী শৈলীমধ্যযুগৰ অসমীয়া লিপিত গঢ় লৈ উঠা তিনিটা বিশেষ শৈলী হল ক্ৰমে গড়গঞা, কাইথেলী বা লহকৰী আৰু …
- কাইনাত ইমতিয়াজকাইনাত ইমতিয়াজ (উৰ্দু: کائنات امتیاز; জন্ম: ২১ জুন ১৯৯২) এগৰাকী পাকিস্তানী ক্ৰিকেটাৰ যিয়…
- কাইমেট′লেগ (শ্ৰুতিকথা)কাইমেট′লেগ (প্ৰাচীন গ্ৰীক: Κυματολήγη, ইংৰাজী: Cymatolege; আক্ষৰিক অৰ্থ: ′ঢৌ নিস্তব্ধ কৰোঁ…
- কাইম′ (শ্ৰুতিকথা)কাইম′ (প্ৰাচীন গ্ৰীক: Κυμώ, ইংৰাজী: Cymo; আক্ষৰিক অৰ্থ: ′ঢৌৰ দেৱী′) গ্ৰীক শ্ৰুতিকথা অনুসৰি…
- কাইল ৰিচাৰ্ডছকাইল এগান ৰিচাৰ্ডছ উমানস্কি (জন্ম: ১১ জানুৱাৰী ১৯৬৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, চচিয়েললাই…
- কাইলি জেনাৰকাইলি ক্ৰিষ্টেন জেনাৰ (জন্ম ১০ আগষ্ট, ১৯৯৭) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, ছ'চিয়েলাই…
- কাইলী কাৰ্টাৰকাইলী কাৰ্টাৰ (ইংৰাজী: Kayli Carter; জন্ম: ৮ জুলাই, ১৯৯৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ …
- কাইলৈ আহকনলে বা (Nale Ba; কাইলৈ আহক) ভাৰতৰ কৰ্ণাটকৰ অঞ্চলসমূহত বিশিষ্ট জনপ্ৰিয় লোককথা। নগৰ আৰু গাঁ…
- কাইলৈৰ দিনটো আমাৰ হ’বকাইলৈৰ দিনটো আমাৰ হ’ব (Kailoir Dinto Amar Hobo) অসমীয়া ভাষাৰ এখন কাব্যগ্ৰন্থ। এই সংকলনখনৰ…
- কাইৰোকাইৰো হৈছে মিছৰৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই আফ্ৰিকা আৰু আৰব বিশ্বৰ অন্যতম বৃহৎ মহা…
- কাউচাকাউচা (বৈজ্ঞানিক নাম: Coracias benghalensis ) এবিধ অতি চিনাকি চৰাই।
- কাউণ্টি কিউলেনকাউণ্টি কিউলেন (Countee Cullen) আছিল এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক, শিশু লেখক আৰু নাট্যকা…
- কাউৰীকাউৰী ( Crow ) কৰ্ভিডে পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি চৰাই। কাউৰী সকলো গ্ৰীষ্মমণ্ডলীয় মহাদ…
- কাক তিহাৰকাক তিহাৰ ৰদ্বাৰা নেপালৰ এক উল্লেখযোগ্য উদ্যাপন পাঁচদিনীয়া তিহাৰ উৎসৱ আৰম্ভ হয়। এই দিনট…
- কাক বাঁহকাক বাঁহ (বৈজ্ঞানিক নাম: Dendrocalamus hamiltonii; ইংৰাজী: Hamilton's bamboo; কাছাৰ: পেচা …
- কাকউইন ভৰতযোদ্ধাকাকউইন ভৰতযোদ্ধা বা কাকৱিন ভৰতযোদ্ধা(Kakawin Bhāratayuddha) হৈছে এখন জাভানিজ কাব্য গ্ৰন্থ।…
- কাকজান চাহ বাগিছাকাকজান চাহ বাগিছা যোৰহাট জিলাৰ মৰিয়নিৰ অন্তৰ্গত নকছাৰিৰ এখন লেখত লব লগীয়া বাগিছা ৷ ২০১১ …
- কাকজান মহাবিদ্যালয়কাকজান মহাবিদ্যালয় ভাৰতবৰ্ষৰ যোৰহাট জিলাৰ কাকজানত অৱস্থিত এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়।…
- কাকডোঙা নদীকাকডোঙা নদী ব্ৰহ্মপুত্ৰৰ উপনদীৰ এক উপনৈ। অসমৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সীমা ৰেখা। নদীখনৰ প…