অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কাঁচলী: লাইফ ইন এ শ্লাফ

কাঁচলী: লাইফ ইন এ শ্লাফ ( Kaanchli: Life in a Slough) ২০২০ চনৰ এখন ভাৰতীয় পিৰিয়দ নাট্যধৰ্মী ছবি, যিখনৰ প্ৰযোজক আৰু পৰিচালক আছিল দেদীপ্য যোশী। ইয়াত অভিনয় কৰিছে সঞ্জয় মিশ্ৰ, শিখা মালহোত্ৰা, ললিত পৰিমু আৰু নৰেশপাল সিং চৌহানে। অনুপ জালোতাই উপস্থাপন কৰা ছবিখনৰ সহ-প্ৰযোজক শোভা দেৱী।

হালনাগাদ: ২৩ মাৰ্চ ২০২৫ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

কাঁচলী: লাইফ ইন এ শ্লাফ ( Kaanchli: Life in a Slough) ২০২০ চনৰ এখন ভাৰতীয় পিৰিয়দ নাট্যধৰ্মী ছবি, যিখনৰ প্ৰযোজক আৰু পৰিচালক আছিল দেদীপ্য যোশী।১ ইয়াত অভিনয় কৰিছে সঞ্জয় মিশ্ৰ, শিখা মালহোত্ৰা,২ ললিত পৰিমু আৰু নৰেশপাল সিং চৌহানে। অনুপ জালোতাই উপস্থাপন কৰা ছবিখনৰ সহ-প্ৰযোজক শোভা দেৱী। ৰাজস্থানৰ লোকগল্প লেখক বিজয়দান দেথাৰ[5] গল্পৰ আধাৰত কাঁচলী নিৰ্মাণ কৰা হৈছে। দেথাৰ গল্পসমূহ শ্বাহৰুখ খানৰ পহেলীকে ধৰি বহু ছবিত অভিযোজিত কৰা হৈছে। কাঁচলীয়ে এগৰাকী শক্তিশালী, আত্মনিৰ্ভৰশীল মহিলাৰ জীয়াই থকাৰ সংগ্ৰামৰ কাহিনী কয়।৩

২০২০ চনৰ ৭ ফেব্ৰুৱাৰীত কাৰ্নিভাল ছবিগৃহত ছবিখন মুক্তি পায়।৩

তথ্যসূত্ৰ

  1. ↑ (30 January 2020). फिल्म कांचली में स्त्री के उत्थान की बात है-देदीप्य जोशी
  2. ↑ Coronavirus lockdown: 'Kaanchli Life in a Slough' actress Shikha Malhotra volunteers as nurse in the battle against COVID-19 · Hindi Movie News - Bollywood - Times of India. The Times of India
  3. ↑ Kaanchli Life In A Slough Movie Review: Low on content, high on skin show. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ২০২০ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঁচলী: লাইফ ইন এ শ্লাফ” প্ৰবন্ধৰ সংশোধন ৪৯৫৯৪৩ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।