অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কলেষ্টেৰল

কলেষ্টেৰল বা Cholesterol (প্ৰাচীন গ্ৰীকৰ chole- (পিত্ত) আৰু ষ্টেৰচ (কঠিন), লগত এলক'হলৰ বাবে -ol ৰাসায়নিক অনুসৰ্গ) এক জৈৱ অণু। ই ষ্টেৰল (বা পৰিৱৰ্তিত ষ্টেৰইড) নামৰ একপ্ৰকাৰৰ চৰ্বি। সকলো প্ৰাণী কোষে কলেষ্টেৰল উৎপন্ন কৰে আৰু ই প্ৰাণীৰ কোষ আৱৰণীৰ এক অত্যাৱশ্যকীয় উপাদান।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ
কলেষ্টেৰল
Ball-and-stick model of cholesterol
নামসমূহ
IUPAC নাম (3β)-cholest-5-en-3-ol
প্ৰণালীবদ্ধ IUPAC নাম (3S,8S,9S,10R,13R,14S,17R)-10,13-dimethyl-17-[(2R)-6-methylheptan-2-yl]-2,3,4,7,8,9,11,12,14,15,16,17-dodecahydro-1H-cyclopenta[a]phenanthren-3-ol
আন নাম Cholesterin, Cholesteryl alcohol১
সূচক
CAS NumberYes check.svg* 57-88-5 Y
3D model (JSmol)* Interactive image
ChEBIYes check.svg* CHEBI:16113 Y
ChEMBLYes check.svg* ChEMBL112570 Y
ChemSpiderYes check.svg* 5775 Y
ECHA InfoCard100.000.321
IUPHAR/BPS* 2718
KEGGYes check.svg* D00040 Y
PubChem CID* 5997
UNIIYes check.svg* 97C5T2UQ7J Y
CompTox Dashboard (EPA)Edit this at Wikidata* DTXSID3022401
InChI * InChI=1S/C27H46O/c1-18(2)7-6-8-19(3)23-11-12-24-22-10-9-20-17-21(28)13-15-26(20,4)25(22)14-16-27(23,24)5/h9,18-19,21-25,28H,6-8,10-17H2,1-5H3/t19-,21+,22+,23-,24+,25+,26+,27-/m1/s1 Y Key: HVYWMOMLDIMFJA-DPAQBDIFSA-N Y * InChI=1/C27H46O/c1-18(2)7-6-8-19(3)23-11-12-24-22-10-9-20-17-21(28)13-15-26(20,4)25(22)14-16-27(23,24)5/h9,18-19,21-25,28H,6-8,10-17H2,1-5H3/t19-,21+,22+,23-,24+,25+,26+,27-/m1/s1 Key: HVYWMOMLDIMFJA-DPAQBDIFBB
SMILES * C[C@H](CCCC(C)C)[C@H]1CC[C@@H]2[C@@]1(CC[C@H]3[C@H]2CC=C4[C@@]3(CC[C@@H](C4)O)C)C
বৈশিষ্ট্যসমূহ
ৰাসায়নিক গঠনC27H46O
আণৱিক ভৰ386.65 g/mol
ৰূপবগা স্ফটিক পাউদাৰ২
ঘনত্ব1.052 g/cm3
গলনাংক148 ৰ পৰা 150 °C (298 ৰ পৰা 302 °F; 421 ৰ পৰা 423 K) ২
উতলাংক360 °C (680 °F; 633 K) (decomposes)
পানীত দ্ৰৱণীয়তা1.8 mg/L (30 °C)৩
দ্ৰৱণীয়তাএচিট'ন, বেঞ্জিন, ক্ল'ৰ'ফৰ্ম, ইথানল, ইথাৰ, হেক্সেন, মিথানলত দ্ৰৱণীয়
Magnetic susceptibility (χ)-284.2·10−6 cm3/mol
Hazards
Flash point209.3 ±12.4 °C ১
Except where otherwise noted, data are given for materials in their Standard state (at 25 °C [77 °F], 100 kPa).
Y verify (what is YN ?)
Infobox references

কলেষ্টেৰল বা Cholesterol (প্ৰাচীন গ্ৰীকৰ chole- (পিত্ত) আৰু ষ্টেৰচ (কঠিন), লগত এলক'হলৰ বাবে -ol ৰাসায়নিক অনুসৰ্গ) এক জৈৱ অণু। ই ষ্টেৰল (বা পৰিৱৰ্তিত ষ্টেৰইড) নামৰ একপ্ৰকাৰৰ চৰ্বি। সকলো প্ৰাণী কোষে কলেষ্টেৰল উৎপন্ন কৰে আৰু ই প্ৰাণীৰ কোষ আৱৰণীৰ এক অত্যাৱশ্যকীয় উপাদান।

কলেষ্টেৰলে ষ্টেৰইড হৰম'ন, পিত্তৰস আৰু ভিটামিন ডিৰ জৈৱীয় উৎপাদনত পূৰ্বৰূপ হিচাপে ভাগ লয়।৪ কলেষ্টেৰল সকলো প্ৰাণীয়ে উৎপন্ন কৰা মুখ্য ষ্টেৰল। মেৰুদণ্ডী প্ৰাণীৰ দেহত যকৃতৰ কোষে আটাইতকৈ বেছি কলেষ্টেৰল উৎপন্ন কৰে। প্ৰকোষকেন্দ্ৰীয় (বেক্টেৰিয়া আৰু আৰ্কিয়া) জীৱত ই অনুপস্থিত। মাইক'প্লাজমা বেক্টেৰিয়াই বৃদ্ধিৰ বাবে কলেষ্টেৰল ব্যৱহাৰ কৰাৰ দৰে দুই-এটা ব্যতিক্ৰমো দেখা যায়।৫

François Poulletier de la Salle নামৰ বিজ্ঞানীজনে ১৭৬৯ চনত প্ৰথমবাৰ পিত্ত পাথৰত কঠিন ৰূপৰ কলেষ্টেৰল আৱিষ্কাৰ কৰে। ইয়াৰ পাছত ১৮১৫ চনত Michel Eugène Chevreul নামৰ ৰসায়নবিদজনে যৌগবিধৰ নাম "cholesterine" ৰাখে।৬৭

শৰীৰতত্ব

সকলো প্ৰাণীৰ বাবে কলেষ্টেৰল অত্যাৱশ্যকীয়। সকলো প্ৰানী কোষে এক জটিল ৩৭টা ধাপৰ প্ৰক্ৰিয়াৰে কলেষ্টেৰল প্ৰস্তুত কৰিব পাৰে। প্ৰথম ১৮টা ধাপ ষ্টেটিন নামৰ ঔষধে বাধা দিয়া mevalonate বা HMG-CoA reductase pathway। ইয়াৰ পাছত উৎপন্ন হোৱা -ক কলেষ্টেৰললৈ পৰিৱৰ্তন কৰিবলৈ ১৯তা ধাপ লাগে।

৬৮ কিলোগ্ৰাম ওজনৰ এজন পুৰুষে সাধৰাণতে দিনে প্ৰায় ১ গ্ৰাম (১০০০ মি:গ্ৰা:) কলেষ্টেৰল উৎপন্ন কৰে। তেওঁৰ দেহত প্ৰায় ৩৫ গ্ৰাম কলেষ্টেৰল থাকে; ইয়াৰে বেছিভাগ কোষ আৱৰণত থাকে।

তথ্যসূত্ৰ

  1. ↑ "Substance Data for 57-88-5". Missing or empty |url= (help)
  2. ↑ "Safety (MSDS) data for cholesterol" . Retrieved 20 October 2007
  3. ↑ www.pnas.org/content/70/8/2313.full.pdf
  4. ↑ (Dec 1992). Steroidogenic enzymes: structure, function, and role in regulation of steroid hormone biosynthesis. J Steroid Biochem Mol Biol. পৃ. 779–804
  5. ↑ (May 1970). Cholesterol Requirement of Mycoplasmas. Journal of Bacteriology. পৃ. 306–310
  6. ↑ Chevreul (1816) "Recherches chimiques sur les corps gras, et particulièrement sur leurs combinaisons avec les alcalis. Sixième mémoire. Examen des graisses d'homme, de mouton, de boeuf, de jaguar et d'oie" (Chemical researches on fatty substances, and particularly on their combinations o filippos ine kapios with alkalis. Sixth memoir. Study of human, sheep, beef, jaguar and goose fat), Annales de Chimie et de Physique, 2: 339–372. From page 346: "Je nommerai cholesterine, de χολη, bile, et στερεος, solide, la substance cristallisée des calculs biliares humains, ... " (I will name cholesterine — from χολη (bile) and στερεος (solid) — the crystalized substance from human gallstones ... )
  7. ↑ (February 1998). Discovery of the lipoproteins, their role in fat transport and their significance as risk factors. J. Nutr.. পৃ. 439S–443S

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক যৌগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলেষ্টেৰল” প্ৰবন্ধৰ সংশোধন ৬২৪১৫৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।