অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কলিকতা জিলা

কলিকতা জিলা (Kolkata district) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ এখন জিলা, যাৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত।

হালনাগাদ: ১০ অক্টোবৰ ২০২৪ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

কলিকতা জিলা (Kolkata district) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ এখন জিলা, যাৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত।

জনগাঁথনি

২০০১ চনৰ লোকপিয়ল অনুসৰি কলিকতা জিলাখনৰ জনসংখ্যা ৪,৪৯৬,৬৯৪ জন,১ যি প্ৰায় ক্ৰোৱেচিয়া ৰাজ্য২ বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য লুইজিয়ানাৰ সমান।৩ ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৩৫তম স্থান লাভ কৰিছে।১ জিলাখনৰ জনসংখ্যাৰ ঘনত্ব 24252 PD/sqkm।১ ২০০১-২০১১ চনলৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল −১.৮৮%।১ কলিকতা জিলাৰ ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৮৯৯জন,১ আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৭.১৪%। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা ক্ৰমে ৫.৩৮% আৰু ০.২৪%।১

ধৰ্ম

, ১৮৮৭]]

+কলিকতা জিলাৰ ধৰ্মসমূহধৰ্মজনসংখ্যা (১৯৪১)৪শতাংশ (১৯৪১)জনসংখ্যা (২০১১)৫শতাংশ (২০১১)
Om.svgহিন্দু1,551,51273.57%3,440,29085.26%
Star and Crescent.svgইছলাম497,53523.59%926,41420.60%
Christian cross.svgখ্ৰীষ্টান16,4310.78%39,7580.88%
অন্যান্য43,4132.06%90,2322.01%
মুঠ জনসংখ্যা২,১০৮,৮৯১১০০%৪,৪৯৬,৬৯৪১০০%

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in
  2. ↑ US Directorate of Intelligence. Country Comparison:Population
  3. ↑ 2010 Resident Population Data. U. S. Census Bureau
  4. ↑ CENSUS OF INDIA, 1941 VOLUME VI BENGAL PROVINCE
  5. ↑ (2011). Table C-01 Population by Religion: West Bengal. censusindia.gov.in. Registrar General and Census Commissioner of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলিকতা জিলা” প্ৰবন্ধৰ সংশোধন ৪৩৬৬৬৪ (১০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।