অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কাউচা

কাউচা (বৈজ্ঞানিক নাম: Coracias benghalensis ) এবিধ অতি চিনাকি‍ চৰাই।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কাউচা (বৈজ্ঞানিক নাম: Coracias benghalensis ) এবিধ অতি চিনাকি‍ চৰাই।

আকাৰ

কাউচাৰ আকাৰ ৩১-৩৩ চেঃ মিঃ পৰ্যন্ত হয়। মূৰৰ ওপৰৰ অংশ অলপ নীলা আৰু পাখিৰ তলৰ ফালৰ ৰং নীলা। অৱশ্য‍ে এই চৰাইবিধ দেখাত বহু পৰিমাণে‍ কলডিলৰ নিচিনা।

বাসস্থান

কাউচা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংলাদেশৰ গাৰো পাহাৰ, হবিগঞ্জ, চট্টগ্ৰামৰ পাহাৰীয়া অঞ্চলসহ ধৰি দক্ষিণ এছিয়াত পোৱা যায়,।

আহাৰ

পোক-পৰুৱা, কীট-পতঙ্গ, বেং, সাপৰ পোৱালি, জেঠি‍, পিঁপৰা, তেজপিয়া ইত্যাদি।

কাউচা
কাউচাছবি: Sammy Sam · CC BY-SA 3.0

সম্পৰ্কিত শ্ৰেণী

আই ইউ চি এন ৰঙা তালিকাৰ ন্যূনতম উদ্বেগজনক প্ৰজাতিচৰাইঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাউচা” প্ৰবন্ধৰ সংশোধন ৫৪০৬২৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।