কাউণ্টি কিউলেন (Countee Cullen) আছিল এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক, শিশু লেখক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ হাৰ্লম নৱজাগৰণৰ সময়ত সুপৰিচিত আছিল।১ নিজৰ কবি পৰিচিতিক এজন 'নিগ্ৰো কবি' হিচাপে সীমাবদ্ধ ৰাখিব নিবিচৰা আমেৰিকাৰ কৃষ্ণাঙ্গ কবিগৰাকীয়েই হ'ল কাউণ্টি কিউলেন।২
জন্ম
কাউণ্টি কিউলেনৰ জন্ম ১৯০৩ চনত হৈছিল আমেৰিকাত।
শিক্ষা
DeWitt Clinton High School২
সাহিত্যৰাজি
কবিতাপুথি
- Colour (১৯২৫)২
কাব্য সংকলন
- Copper Sun(১৯২৭)
- The Ballad of a Brown Girl(১৯২৭)
- The Black Christ and Other Poems(১৯২৯)
- Tablean(১৯২৫)
- Any Human to Another(১৯৩৪)
- On these I Stand: An Anthology of the Best Poem of Countee Cullen(১৯৪৭)
- My Soul's High Song: The Collected Writings of Countee Cullen(১৯৯১)
উপন্যাস
- One Way to Heaven(১৯৩১)২
গদ্য সংকলন
- The Lost Zoo(১৯৪০)
- My Lives and How I Lost Them(১৯৪২)২
নাটক
- St. Louis Woman(১৯৪৬)২
সম্পাদিত কাব্য সংকলন
- Caroling Dusk২
বঁটা আৰু সন্মান
I have a Rendezvous with Life নামৰ কবিতাৰ বাবে পুৰস্কৃত হৈছিল।২
তথ্যসূত্ৰ
- ↑ Early, Gerald. About Countee Cullen's Life and Career. Modern American Poetry
- ↑ ভাষা আৰু সাহিত্যৰ দুটিমান আলোচনা, সম্পাদনা: ড॰ কৰবী গগৈ, ড॰ দীপালি গগৈ, প্ৰথম প্ৰকাশ: জানুৱাৰী ২০১৮, পৃষ্ঠা: ৩৩৬-৩৩৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাউণ্টি কিউলেন” প্ৰবন্ধৰ সংশোধন ৩৮৪০৮১ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।