অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্পনা ৰমেশ নৰহিৰে

নৰহিৰে কল্পনা ৰমেশ (Kalpana Ramesh Narhire; জন্ম: ২৫ অক্টোবৰ ১৯৬৯) ওছমানবাদ জিলাৰ এগৰাকী শিৱসেনাৰ ৰাজনীতিবিদ। মহাৰাষ্ট্ৰৰ ওছমানাবাদ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য হৈছিল।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নৰহিৰে কল্পনা ৰমেশ (Kalpana Ramesh Narhire; জন্ম: ২৫ অক্টোবৰ ১৯৬৯) ওছমানবাদ জিলাৰ এগৰাকী শিৱসেনাৰ ৰাজনীতিবিদ। মহাৰাষ্ট্ৰৰ ওছমানাবাদ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য হৈছিল।১

পদাধিকাৰসমূহ

১৯৯৫: মহাৰাষ্ট্ৰ বিধানসভালৈ পুনৰ নিৰ্বাচিত (১ম কাৰ্যকাল)২

১৯৯৯: মহাৰাষ্ট্ৰ বিধানসভালৈ পুনৰ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল)

২০০৪: ১৪ নং লোকসভালৈ নিৰ্বাচিত

তথ্যসূত্ৰ

  1. ↑ List of winner/current and runner up MPs Osmanabad Parliamentary Constituency. elections.in
  2. ↑ Last Election Results in Kalamb, Maharashtra. elections.traceall.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা ৰমেশ নৰহিৰে” প্ৰবন্ধৰ সংশোধন ৪৮৬৩৯৭ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।