অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কলোম্বিয়ান বিবাদ

কলোম্বিয়ান বিবাদ ১৯৬৪ বা ১৯৬৬ত আৰম্ভ হোৱা এক কম-উগ্ৰ যুদ্ধ কলোম্বিয়ান চৰকাৰ, অৰ্ধ-সামৰিক গোট, অপৰাধী আৰু বাওঁপন্থী গুৱেৰিলা গোট যেনে ৰিভ'লিউচনেৰী আৰ্মড ফ'ৰ্চেচ অৱ কলোম্বিয়াৰ আৰু নেচনেল লিবাৰেচন আৰ্মিৰ মাজত। সকলোৱে কমোম্বিয়ান ভূখণ্ডত প্ৰভাৱ বিস্তাৰৰ বাবে যুদ্ধৰত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কলোম্বিয়ান বিবাদ ১৯৬৪ বা ১৯৬৬ত আৰম্ভ হোৱা এক কম-উগ্ৰ যুদ্ধ কলোম্বিয়ান চৰকাৰ, অৰ্ধ-সামৰিক গোট, অপৰাধী আৰু বাওঁপন্থী গুৱেৰিলা গোট যেনে ৰিভ'লিউচনেৰী আৰ্মড ফ'ৰ্চেচ অৱ কলোম্বিয়াৰ আৰু নেচনেল লিবাৰেচন আৰ্মিৰ মাজত। সকলোৱে কমোম্বিয়ান ভূখণ্ডত প্ৰভাৱ বিস্তাৰৰ বাবে যুদ্ধৰত।১২৩৪৫৬৭

ঐতিহাসিকভাৱে ই লা ভায়'লেঞ্চিয়া বিবাদত আৰম্ভ হোৱা। ১৯৪৮ চনত ৰাজনৈতিক নেতা জৰ্জ এলেয়েচাৰ গাইটানক হত্যা কৰা হ'ল।৮ তাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহায়ত সবলভাৱে সাম্যবাদীসকলক গ্ৰাম্য কলোম্বিয়াত দমন কৰা হ'ল, যাৰ বাবে মুক্তবাদীসকল আৰু সাম্যবাদী সশস্ত্ৰ সংগ্ৰামীসকল 'ফাৰ্ক' হিচাপে ঐক্যবদ্ধ হ'বলৈ বাধ্য হ'ল।৯

সশস্ত্ৰ বিবাদ

এই সশস্ত্ৰ বিবাদৰ কাৰণ ৬০ বছৰৰ আগৰ কলোম্বিয়ান অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক কাৰণ।১০ ১৯৭৪-১৯৮২লৈ ফাৰ্ক আৰু ইএলএনে সাম্যবাদেৰে অধিক সমতাৰ শ্ল'গানেৰে কিছু কিছু লোকৰ সমৰ্থন লভিছিল।১১ ১৯৮০ৰ দশকত পিচে চৰকাৰৰ নতুন ফিস্কেল নীতি আৰু স্থানীয় চৰকাৰক অধিক স্বায়ত্তশাসনৰ শক্তি প্ৰদান কৰাৰ বাবে চৰকাৰ ৰাইজৰ অধিক কাষ চাপিল। ১৯৮৫ত ফাৰ্কে বাওঁপন্থী 'পেট্ৰিয়টিক ইউনিয়ন' গঠন কৰিলে। যদিও ইউনিয়নে পাছলৈ সশস্ত্ৰ গোটসমূহৰ পৰা দূৰত্ব বজাই ৰাখিলে, সোঁপন্থী অৰ্ধসামৰিক গোট কিচুমানে ৰাজনৈতিক দলটোৰ নেতাসমূহক আক্ৰমণ কৰি গ'ল।১০

১৯৭০ৰ দশকত পিচ কৰ্পছৰ নামত আমেৰিকাই কলোম্বিয়াত মাৰ্কটিক্সৰ উৎপাদনহে আমেৰিকান মাফিয়া আৰু কলোম্বিয়ান ট্ৰেফিককাৰীৰ োথ মুকলি কৰি আৰম্ভ কৰিলে। উৎপাদিত ককেইন প্ৰায় ইউৰোপীয় সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হৈছিল।

১৯৮০ৰ দশকত ড্ৰাগছৰ প্ৰভাৱ চৰকাৰী তৎপৰতাত হ্ৰাস পোৱাত বাওঁপন্থী আৰু সোঁপন্থী উভয় অৰ্ধ-সামৰিক গোটসমূহেই ধনৰ বাবে অপহৰণ, ভাবুকি আদিত নামিল যাৰ বাবে সিঁহতৰ জনপ্ৰিয়তা হ্ৰাস পালে।১০

আলভাৰ' উৰিবেৰ ৰাষ্ট্ৰপতিত্বত ফাৰ্কৰ ওপৰত বৰ্দ্ধিত সামৰিক হেঁচা আৰু সোঁপন্থী সশস্ত্ৰ এইউচিৰে হোৱা শান্তি প্ৰক্ৰিয়াত সোঁপন্থী এইউচিয়ে কাম বন্ধ কৰিলে, সুৰক্ষা সূচক ভাল হ'ল আৰু ককেইনৰ উৎপাদন হ্ৰাস পালে।১২১৩

লাখ লাখ লোকে ২০০৮ৰ ফেব্ৰুৱাৰীত ফাৰ্ক আৰু অন্যান্য অবৈধ গোটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তকৰিলে।১৪১৫১৬ ২৬৬৪৮ ফাৰ্ক আৰু ইএলএন যুঁজাৰুৱে ২০০২লৈ কৰ্ম ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।১৭

২০১২ত পিচ প্ৰচেচ ইন কলোম্বিয়া আৰম্ভ হ'ল। ৬ পইণ্ট থকা নীতি তৈয়াৰ কৰা হ'ল ৰাজ্য আৰু ফাৰ্কৰ দ্বাৰা।১৮

পটভূমি

বিবাদৰ উৎস বিচাৰি ১৯২০ৰ দশকৰ চুমাপাজ আৰু টেকুৱেণ্ডামাৰ কফি উৎপাদনৰ ভূমিৰ অধিকাৰক লৈ সৃষ্টি হোৱা বিবাদ বুলিব পাৰি।১৯ জৰ্জ গাইটানৰ হত্যাই পৰিস্থিতি অধিক উত্তপ্ত কৰিলে। পাছলৈ পৰিস্থিতি শান্ত হ'লেও অনেক গোটে সংগ্ৰাম ত্যাগ নকৰিলে।

তথ্যসূত্ৰ

  1. ↑ War and Drugs in Colombia – International Crisis Group. Crisisgroup.org
  2. ↑ (July 10, 2013). 'Loco,' Colombia's Last Drug Lord, Extradited to New York. Foreign Policy
  3. ↑ Neo-Paramilitary Groups Consolidating in Colombia: Report. Insightcrime.org
  4. ↑ Neo-paramilitaries do not deserve political status: Govt. Colombia News – Colombia Reports
  5. ↑ armed conflict Archives – Colombia News – Colombia Reports. Colombia News – Colombia Reports
  6. ↑ peace talks Archives – Colombia News – Colombia Reports. Colombia News – Colombia Reports
  7. ↑ The Colombian "War on Drugs", A Family Affair – SHOAH. Shoah.org
  8. ↑ Garry Leech. (2009). Beyond Bogota: Diary of a Drug War Journalist. Beacon Press. পৃ. 242–247. ISBN 978-0-8070-6148-0
  9. ↑ Mario A. Murillo; Jesús Rey Avirama. (2004). Colombia and the United States: war, unrest, and destabilization. Seven Stories Press. পৃ. 57. ISBN 978-1-58322-606-3
  10. ↑ Lilian Yaffe. (3 October 2011). Armed conflict in Colombia: analysis of the economic, social and institutional causes of violent opposition. icesi.edu.co
  11. ↑ Ángel, Gabriel. A PROPÓSITO DE LOS 22 AÑOS DE SU MUERTE Memoria de una entrevista con Jacobo Arenas. FARC-EP
  12. ↑ Military Personnel – Logros de la Política Integral de Seguridad y Defensa para la Prosperidad. mindefensa.gov.co
  13. ↑ CIA world fact book. Colombia. CIA
  14. ↑ (23 July 2010). Oscar Morales and One Million Voices Against FARC. movements.org
  15. ↑ (4 February 2011). One Million Voices Against the FARC: A Milestone for Freedom. bushcenter.org
  16. ↑ One Million Voices Against FARC. millondevoces.org
  17. ↑ "Desmovilización, principal arma contra las guerrillas" (in Spanish). eltiempo.com
  18. ↑ Colombia’s peace deals. mesadeconversaciones.com.co
  19. ↑ History of the Guerillas in Colombia. Ecsbdefesa.com.br

সম্পৰ্কিত শ্ৰেণী

যুদ্ধআধুনিক ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলোম্বিয়ান বিবাদ” প্ৰবন্ধৰ সংশোধন ৬৩২০৯৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।