কলিংগ বিশ্ববিদ্যালয় এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। এইখন ভাৰতৰ ছত্তীসগঢ় ৰাজ্যৰ ৰায়পুৰত অৱস্থিত।১২৩ বিশ্ববিদ্যালয়খণ ২০১১ চনত স্থাপন কৰা হৈছে। .৪
ৰেংকিং
২০২৪ চনত বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামো(NIRF)ৰদ্বাৰা সামগ্ৰিক শ্ৰেণীত ১৫১-২০০ স্থান লাভ কৰিছিল। ৫
শৈক্ষিক দিশ
বিশ্ববিদ্যালয়খনৰ তলত উল্লেখ কৰা অনুষদসমূহ আছে:৬
- বাণিজ্য আৰু ব্যৱস্থাপনা অনুষদ
- অভিযন্তা আৰু প্ৰযুক্তি অনুষদ
- তথ্য প্ৰযুক্তি অনুষদ
- বিজ্ঞান অনুষদ
- কলা অনুষদ
- আইন অনুষদ
- ফাৰ্মাচী অনুষদ
- চিষ্টেম মেনেজমেণ্ট অনুষদ
তথ্যসূত্ৰ
- ↑ Private University Chhattisgarh. University Grants Commission
- ↑ (29 January 2013). 5 new universities this year in Chhattisgarh. Business Standard India. Business Standard
- ↑ (13 May 2014). Three private varsities in offing in Chhattisgarh. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Kalinga University Naya Raipur, Chhattisgarh, Raipur ranking in India. kalingauniversity.ac.in
- ↑ NIRF 2024 Overall ranking
- ↑ Kalinga University. kalingauniversity.ac.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলিংগ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৩৪৭৩১ (২৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।