অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্যাণী প্ৰমোদ বালাকৃষ্ণন

কল্যাণী প্ৰমোদ বালাকৃষ্ণন: Kalyani Pramod Balakrishnan; তামিলনাডুৰ চেন্নাইত বাস কৰা এগৰাকী ভাৰতীয় বস্ত্ৰ ডিজাইনাৰ। তেওঁ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ জৰিয়তে শিপিনীৰ সৈতে কাম কৰি আহিছে। ২০১৬ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।

হালনাগাদ: ৯ আগষ্ট ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কল্যাণী প্ৰমোদ বালাকৃষ্ণন: Kalyani Pramod Balakrishnan; তামিলনাডুৰ চেন্নাইত বাস কৰা এগৰাকী ভাৰতীয় বস্ত্ৰ ডিজাইনাৰ। তেওঁ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ জৰিয়তে শিপিনীৰ সৈতে কাম কৰি আহিছে। ২০১৬ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

কল্যানী প্ৰমোদ বালকৃষ্ণনে তামিলনাডু ৰাজ্যৰ ৰাজধানী চেন্নাইত ডাঙৰ-দীঘল হৈছিল।১ নেচনেল ইনষ্টিটিউট অৱ ডিজাইনত বস্ত্ৰ ডিজাইন অধ্যয়ন কৰিছিল আৰু তাৰ পিছত তেওঁ এখন বুটিক দোকান স্থাপন কৰিছিল।২ ১৯৯৫ চনত তেওঁ 'দৈনন্দিন জীৱনত জীয়াই থকা' ('Survival in daily life') ৩ নামৰ এটা কুইল্ট নিৰ্মাণ কৰে যিটো পিছলৈ আয়াৰলেণ্ডৰ এখন প্ৰদৰ্শনীত প্ৰদৰ্শিত হয়।১৪

কৰ্মজীৱন বালকৃষ্ণনে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ত ছয় বছৰ ধৰি তামিলনাডুৰ তেৰখন জিলাৰ ১৯,৫০০ শিপিনীৰ সৈতে কাম কৰিছিল।৩ She then began to help people with Autism or Cerebral palsy to learn to weave.৫ তাৰ পিছত তেওঁ অটিজিম বা চেৰিব্ৰেল পালচি ৰোগীক বয়ন শিকিবলৈ সহায় কৰিবলৈ আৰম্ভ কৰে।৩ তেওঁৰ কামৰ স্বীকৃতি স্বৰূপে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ পৰা ২০১৬ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ Textile details. CAIN
  2. ↑ (10 March 2017). Nari Shakti Puraskar 2016. UPSCSuccess
  3. ↑ Special correspondent. (9 March 2017). Four from State receive Nari Shakti awards. The Hindu
  4. ↑ Event details. CAIN
  5. ↑ (13 March 2017). 'Nari Shakti' awards for four from state. Gulf Times. পৃ. 24

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্যাণী প্ৰমোদ বালাকৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৬২৫৪৫০ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।