বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষসকল
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইংৰাজী: Indian Space Research Organisation), চমুকৈ ইছৰোৰ অধ্যক্ষ হৈছে সংস্থাটোৰ সৰ্বোচ্চ পদাধিকাৰী। ১৯৬২ চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত Indian National Committee for Space Research (INCOSPAR) গঠন কৰা হৈছিল।
-
ভাৰতীয় সংখ্যা
তলত ভাৰতীয় সংখ্যাবোৰৰ আধুনিক দেৱনাগৰী ৰূপত এখন তালিকা দিয়া হ’ল লগতে উচ্চাৰণ আৰু অনুবাদবোৰো দিয়া হ’ল। ভৌগোলিক অঞ্চল বা যুগৰ ওপৰত নিৰ্ভৰ কৰি দেৱনাগৰী সংখ্যাৰ আকৃতি ভিন্ন হ'ব পাৰে। ইয়াৰ কিছুমান ভিন্নতা পুৰণি সংস্কৃত সাহিত্যতো দেখা যায়। {| | १ || [[চিত্ৰ:Devanagari Numeral 1 v
-
ভ্ৰামক
টৰ্ক (ইংৰাজী: Torque) বা বলৰ ভ্ৰামক হ'ল কোনো বস্তুৰ ঘূৰ্ণন বেগ বা কৌণিক ত্বৰণ সলনি কৰিব পৰা পৰা কাৰক। গাণিতিকভাবে, টৰ্ক হ'ল কোনো অক্ষ সাপেক্ষে ঘূৰ্ণনশীল বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল। টৰ্কক সাধাৰণতে গ্ৰীক অক্ষৰ τ (টাউ) দ্বাৰা সূচোৱা হয়।
-
ৰৈখিক বীজগণিত
ৰৈখিক বীজগণিত হৈছে গণিতৰ এটা ভাগ। য'ত ৰৈখিক সমীকৰণ: ⟨a_1x_1+\cdots +a_nx_n=b,⟩ আৰু ৰৈখিক মানচিত্ৰ: ⟨(x_1, \ldots, x_n) \mapsto a_1x_1+\cdots +a_nx_n,⟩ আৰু ভেক্টৰ স্থানত আৰু মেট্ৰিচৰ যোগেদি ইহঁতৰ উপস্থাপন। গণিতৰ প্ৰায় সকলো ক্ষেত্ৰতে ৰৈখিক বীজগণিত কেন্দ্ৰীয়।
-
অজ’ন
অজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ। ইয়াৰ IUPAC নাম ট্ৰাইঅক্সিজেন। ই এবিধ জাৰক। বায়ুৰ মাজেৰে শব্দহীন বৈদ্যুতিক ডিছচাৰ্জ পঠিয়াই উৎপন্ন কৰিব পৰা এইবিধ গেছৰ অণু একোটা তিনিটা অক্সিজেন পৰমাণুৰে গঠিত। ১৫ৰ পৰা ৩০ কিল’মিটাৰ উচ্চতাত থকা বায়ুমণ্ডলতহে কিছু অজ’ন থাকে।
-
অসমত দেখা চৰাইবোৰ
জৈব-বৈচিত্ৰ্যত চহকী অসম নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি। তথ্য অনুসৰি, ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় ৫৩%, অৰ্থাৎ ছশৰো অধিক চৰাই-চিৰিকটি অসমত দেখা পোৱা যায়।
-
আচৰণবাদ
আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ। আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু…
-
ইউবাণ্টু
ইউবাণ্টু (Ubuntu; উচ্চাৰণ:/ʊˈbʊntuː/) হৈছে ডেবিয়ান ডিষ্ট্ৰীবিউশ্যন বা সংকলনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এক কম্পিউটাৰ অপাৰেটিং চিষ্টেম, যাক বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ ৰূপে বিতৰণ কৰা হয়। এই অপাৰেটিং চিষ্টেমটোক দক্ষিণ আফ্ৰিকীয় এক প্ৰচলিত প্ৰবাদ ইউবাণ্টু-ৰ পৰা নামকৰণ কৰা হৈছে।
-
একসদনবাদ
একসদনবাদ (unicameralism) (লেটিন: Uni (ইউনি)- "এক" + Camera (কেমেৰা)- "সদন") হৈছে শাসনপদ্ধতিত প্ৰচলিত একক বিধায়িনী বা এক সংসদীয় কক্ষ থকাৰ এক প্ৰথা বা পদ্ধতি। গতিকে, একসদনীয় সংসদ বা বিধানসভা হৈছে এক প্ৰকাৰ বিধায়িনীসভা য'ত এটা কক্ষ, সদন বা ঘৰ থাকে।
-
কেলকুলেটৰ
এটা ইলেক্ট্ৰনিক কেলকুলেটৰ হৈছে এটা লৈ ফুৰিব পৰা যন্ত্ৰ যাৰ সহায়ত গণনা কৰিব পাৰি সাধাৰণ পাটীগণিতৰ পাৰা জটিল গণিতলৈকে। প্ৰথম আৰ্দ্ধপৰিবাহী ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক কেলকুলেটৰ উদ্ভাৱন কৰা হৈছিল ১৯৬০ চনত। পকেটত লৈ ফুৰিব পৰা কেলকুলেটৰ আৰম্ভ হয় ১৯৭০ চনৰ পৰা।
-
গ্ৰহাণু
গ্ৰহাণু হৈছে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি। সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্থান মঙল আৰু বৃহস্পতিৰ মাজত। এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে। ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব্যাস 780 কিলোমিটাৰ।
-
তুলা (মাহ)
ভাৰতীয় সৌৰ পঞ্জিকাৰ বাৰটা মাহৰ ভিতৰত তুলা অন্যতম। তুলা মাহৰ তুলা ৰাশিৰ সৈতে মিল আছে আৰু গ্ৰেগ’ৰিয়ান পঞ্জিকাত অক্টোবৰৰ প্ৰায় দ্বিতীয়াৰ্ধ আৰু নৱেম্বৰৰ প্ৰায় প্ৰথমাৰ্ধৰ সৈতে ওপৰাওপৰি হয়। হিন্দু লুনছ’লাৰ কেলেণ্ডাৰত তুলা সৌৰ মাহটো ইয়াৰ চন্দ্ৰ মাহ কাৰ্তিকৰ সৈতে ওপৰাওপৰি হয়।
-
দুৰ্বল আন্তঃক্ৰিয়া
দুৰ্বল আন্তঃক্ৰিয়া বা দুৰ্বল নিউক্লীয় বল হৈছে 'নিউক্লীয় পদাৰ্থবিজ্ঞান' আৰু 'কণিকা পদাৰ্থবিজ্ঞান'ৰ চাৰিটা পৰিচিত মৌলিক আন্তঃক্ৰিয়াৰ ভিতৰৰ এটা; বাকী তিনিটা হ’ল বিদ্যুতচুম্বকত্ব, প্ৰবল আন্তঃক্ৰিয়া আৰু মাধ্যাকৰ্ষণ।
-
নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ
১৬৮৭ চনত ইংৰাজী গণিতজ্ঞ ছাৰ আইজাক নিউটনে তেঁওৰ মহানতম সৃষ্টি “প্ৰিন্সিপিয়া” (ইংৰাজী: Principia)ত মহাকৰ্ষণৰ সূত্ৰ আগবঢ়াইছিল। মহাকৰ্ষণৰ সূত্ৰমতে, > “বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই আন প্ৰতিটো কণাক আকৰ্ষণ কৰি আছে আৰু এই আকৰ্ষণ বলৰ মান কণাদুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ…
-
নিয়ন
নিয়ন হৈছে এবিধ ৰাসায়নিক মৌল, ইয়াৰ সংকেত Ne আৰু পাৰমানৱিক সংখ্যা ১০। ই পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৮ (সম্ভ্ৰান্ত গেছ)ৰ মৌল। ই একপ্ৰকাৰৰ বৰ্ণহীন, গন্ধহীন, এক অনুবিশিষ্ট গেছ (প্ৰমান উষ্ণতা আৰু চাপত)। বায়ুৰ দুই-তৃতীয়াংশ নিয়ন গেছ থাকে। ১৮৯৮ চনত ইয়াৰ আবিস্কাৰ কৰা হৈছিল।
-
ব'ছন
ব'ছন (Boson) হৈছে পূৰ্ণসংখ্যক স্পিনবিশিষ্ট একধৰণৰ উপ-পাৰমানৱিক কণিকা (Subatomic particle)। এই কণিকাই ব'ছ-আইনষ্টাইন পৰিসংখ্যা(Bose–Einstein statistics)মানি চলে।
-
বেৰিলিয়াম
বেৰিলিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Be" পাৰমাণৱিক সংখ্যা ৪। বেৰিলিয়াম হৈছে এক তুলনামূলকভাৱে বিৰল উপাদান। বেৰিলিয়াম পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ২ বৰ্গৰ s-গোষ্ঠীৰ মৌল। নামটো গ্ৰীক শব্দ 'বেৰাইল’'ৰ পৰা আহৰণ আহিছে
-
বৈদ্যুতিক প্ৰবাহ
বৈদ্যুতিক প্ৰবাহ হৈছে আভিযুক্ত কণিকাৰ এক প্ৰবাহ, যেনে ইলেক্ট্ৰন বা আয়ন ইত্যাদি, যিবোৰ বৈদ্যুতিক চালক বা স্থানৰ জৰিয়তে গতি কৰে, যাক কোৱা হয় কোনো পৃষ্ঠয়েদি বৈদ্যুতিক আভিযুক্তিৰ নিট প্ৰবাহৰ হাৰ।
-
ভাপ ইঞ্জিন
ভাপ ইঞ্জিন হৈছে এবিধ তাপ ইঞ্জিন যিয়ে ভাপক কাৰ্যকাৰী তৰল হিচাপে ব্যৱহাৰ কৰি (Working fluid) যান্ত্ৰিক কাৰ্য কৰে। প্ৰায় ২০০০ বছৰৰ আগতেই গৰম পানীৰ ভাপৰ সহায়ত বিভিন্ন গতি সৃষ্টি কৰিছিল যদিও ব্যৱহাৰযোগ্য কোনো সঁজুলি পোৱা নাযায়।
-
মানৱ শৰীৰ
মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞানৰ অভুতপূৰ্ব উন্নতি হৈছে৷ ইয়াৰ যোগেদি মানুহে আৱিষ্কাৰ কৰিছে ন ন অত্যাধুনিক যন্ত্ৰপাতি৷ উন্নতিৰ সোপানৰ শীৰ্ষস্থানত আৰোহন কৰিও মানুহে আজিলৈকে এনে এটি যন্ত্ৰ নিৰ্মান কৰিব পৰা নাই যাৰ তুলনা মানৱ দেহৰ লগত কৰিব পাৰি৷ মানৱ দেহৰ "যন্ত্ৰ-পাতি"ৰ বৈচিত্ৰৰ কথা ভাবিলে অতি…
-
মীন (মাহ)
মীন ভাৰতীয় সৌৰ পঞ্জিকাৰ এটা মাহ। ই মীন ৰাশিৰ সৈতে মিলে আৰু গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰত প্ৰায় মাৰ্চ মাহৰ শেষ পষেক আৰু প্ৰায় এপ্ৰিল মাহৰ আৰম্ভণিৰ পষেকত পৰে। বৈদিক গ্ৰন্থত মীন মাহক তপস্যা (IAST: Tapasya) বুলি কোৱা হয়, কিন্তু এই প্ৰাচীন গ্ৰন্থসমূহত ইয়াৰ কোনো ৰাশি সম্পৰ্ক নাই।
-
লিগ'
লেজাৰ ইন্টাৰফেৰ'মিটাৰ গ্ৰেভিটেশ্ব'নেল-ৱেইভ্ অবজাৰভেট'ৰি বা লিগ (ইংৰাজী: Laser Interferometer Gravitational-wave Observatory বা, চমুকৈ LIGO) হ'ল দুটা নিউট্ৰন তৰা বা কৃষ্ণগহ্বৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিৰ্গত হোৱা মহাকৰ্ষণিক তৰংগ চিনাক্ত কৰিবলৈ নিৰ্মাণ কৰা এটা মানমন্দিৰ।
-
লিথিয়াম
লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Li" পাৰমাণৱিক সংখ্যা ৩। ই এক কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত, ই হৈছে আটাইতকৈ পাতল ধাতু আৰু আটাইতকৈ পাতল কঠিন উপাদান। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল, আৰু সেয়ে খনিজ তেলত সংৰক্ষণ কৰিব লাগে।
-
সমমিতি
সমমিতি দৈনন্দিন জীৱনত সাধাৰণতে ৰূপৰ, অনুপাতৰ আৰু সমতাৰ এটি সুন্দৰ আৰু সুমধুৰ অনুভৱৰ দিশত ইঙ্গিত কৰে। গণিতত, এই শব্দটোৰ এটা অধিক সঠিক সংজ্ঞা থাকে আৰু সাধাৰণতে এনে বস্তুৰ বৰ্ণনাৰ বাবে ব্যৱহাৰ কৰা হয় যি কিছুমান পৰিবৰ্তনৰ প্ৰতি অপৰিবৰ্তনীয় (invariant) হৈ থাকে, যেনে স্থানান্তৰ, প্ৰতিফলন, ঘূৰ্ণন বা…
-
সিংহ (মাহ)
ভাৰতীয় সৌৰ কেলেণ্ডাৰৰ বাৰটা মাহৰ ভিতৰত সিংহ মাহ অন্যতম। সিংহ মাহৰ সিংহ ৰাশিৰ সৈতে মিল আছে আৰু গ্ৰেগ’ৰিয়ান পঞ্জিকাত আগষ্ট মাহৰ প্ৰায় দ্বিতীয়াৰ্ধ আৰু ছেপ্টেম্বৰৰ প্ৰায় প্ৰথমাৰ্ধ পৰে। হিন্দু সৌৰ সৌৰ কেলেণ্ডাৰত সিংহ সৌৰ মাহটো ইয়াৰ চন্দ্ৰ মাহ ভদ্ৰপদৰ সৈতে ওপৰাউপৰি হয়।
-
অপপ্ৰচাৰ
অপপ্ৰচাৰ (Propaganda) হৈছে এনে যোগাযোগ যিটো মূলতঃ কোনো এজেণ্ডাক আগুৱাই নিবলৈ দৰ্শকক প্ৰভাৱিত বা বুজাবলৈ ব্যৱহাৰ কৰা হয়, যিটো বস্তুনিষ্ঠ নহ’বও পাৰে আৰু হয়তো কোনো বিশেষ সংশ্লেষণ বা ধাৰণাক উৎসাহিত কৰিবলৈ তথ্যসমূহ নিৰ্বাচিতভাৱে উপস্থাপন কৰা হ’ব পাৰে, বা উপস্থাপন কৰা তথ্যৰ প্ৰতি যুক্তিসংগত সঁহাৰিৰ…
-
অশ্লেষা
অশ্লেষা ( आश्लेषा বা Āśleṣā; তিব্বতী: སྐར་མ་སྐག), অৰ্থাৎ "আলিংগন", ভাৰতীয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষৰ ২৭টা নক্ষত্ৰ (চন্দ্ৰ ভৱন)ৰ ভিতৰত ৯ম নক্ষত্ৰ। ই হাইড্ৰা নক্ষত্ৰমণ্ডলৰ এটা তৰাৰ গোটৰ সৈতে মিলে: δ, ε, η, ρ, আৰু σ হাইড্ৰা। মূল তৰা (যোগতাৰা) হৈছে ε Hydrae, যাৰ আধুনিক নাম আশ্লেষা নক্ষত্ৰৰ নামেৰে।
-
অৰুণমণি চৌধুৰী
অৰুণমণি চৌধুৰী হৈছে বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত অসমৰ এগৰাকী মেধাৱী মহিলা। তেখেত ১৯৫৪ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে আছিল।
-
অৱকলন
গণিতশাস্ত্ৰত বা বিশেষকৈ ইয়াৰ উপক্ষেত্ৰ কলন-গণিতত,বাস্তৱ চলকবিশিষ্ট ফলনৰ অধ্যয়ণৰ এক মৌলিক আহিলা হৈছে অৱকলন গণিত, যি পদাৰ্থবিজ্ঞানৰ লগতে বিজ্ঞানৰ আন আন ক্ষেত্ৰসমূহতো প্ৰযোজ্য।
-
আকাশ টেবলেট
আকাশ হৈছে ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহঃযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। আকাশ হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী টেবলেট। ইয়াক Ubislate 7+ (বাণিজ্যিক নাম) বুলিও জনা যায়। ই বজাৰত $৬০ত ঊপলভ্য।