অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

নিয়ন

নিয়ন হৈছে এবিধ ৰাসায়নিক মৌল, ইয়াৰ সংকেত Ne আৰু পাৰমানৱিক সংখ্যা ১০। ই পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৮ (সম্ভ্ৰান্ত গেছ)ৰ মৌল। ই একপ্ৰকাৰৰ বৰ্ণহীন, গন্ধহীন, এক অনুবিশিষ্ট গেছ (প্ৰমান উষ্ণতা আৰু চাপত)। বায়ুৰ দুই-তৃতীয়াংশ নিয়ন গেছ থাকে। ১৮৯৮ চনত ইয়াৰ আবিস্কাৰ কৰা হৈছিল।

হালনাগাদ: ১ ফেব্ৰুৱাৰী ২০১৮ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নিয়ন হৈছে এবিধ ৰাসায়নিক মৌল, ইয়াৰ সংকেত Ne আৰু পাৰমানৱিক সংখ্যা ১০। ই পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৮ (সম্ভ্ৰান্ত গেছ)ৰ মৌল।১ ই একপ্ৰকাৰৰ বৰ্ণহীন, গন্ধহীন, এক অনুবিশিষ্ট গেছ (প্ৰমান উষ্ণতা আৰু চাপত)। বায়ুৰ দুই-তৃতীয়াংশ নিয়ন গেছ থাকে। ১৮৯৮ চনত ইয়াৰ আবিস্কাৰ কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Group 18 refers to the modern numbering of the periodic table. Older numberings described the rare gases as Group 0 or Group VIIIA (sometimes shortened to 8). See also Group (periodic table)

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক মৌল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিয়ন” প্ৰবন্ধৰ সংশোধন ১৭৪০৪৪ (১ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।