অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

কেলকুলেটৰ

এটা ইলেক্ট্ৰনিক কেলকুলেটৰ হৈছে এটা লৈ ফুৰিব পৰা যন্ত্ৰ যাৰ সহায়ত গণনা কৰিব পাৰি সাধাৰণ পাটীগণিতৰ পাৰা জটিল গণিতলৈকে। প্ৰথম আৰ্দ্ধপৰিবাহী ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক কেলকুলেটৰ উদ্ভাৱন কৰা হৈছিল ১৯৬০ চনত। পকেটত লৈ ফুৰিব পৰা কেলকুলেটৰ আৰম্ভ হয় ১৯৭০ চনৰ পৰা।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৬ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ
HP 50g.png
ছবি: Iopos33 · CC0
এটা আধুনিক বৈজ্ঞানিক কেলকুলেটৰ য'ত তৰল স্ফটিক পৰ্দাৰ বিন্দুৰ মেট্ৰিস্ক আছে।
এটা আধুনিক বৈজ্ঞানিক কেলকুলেটৰ য'ত তৰল স্ফটিক পৰ্দাৰ বিন্দুৰ মেট্ৰিস্ক আছে।ছবি: Loadmaster (David R. Tribble) This image was made by Loadmaster (David R. Tribbl · CC BY-SA 3.0

এটা ইলেক্ট্ৰনিক কেলকুলেটৰ হৈছে এটা লৈ ফুৰিব পৰা যন্ত্ৰ যাৰ সহায়ত গণনা কৰিব পাৰি সাধাৰণ পাটীগণিতৰ পাৰা জটিল গণিতলৈকে।

প্ৰথম আৰ্দ্ধপৰিবাহী ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক কেলকুলেটৰ উদ্ভাৱন কৰা হৈছিল ১৯৬০ চনত। পকেটত লৈ ফুৰিব পৰা কেলকুলেটৰ আৰম্ভ হয় ১৯৭০ চনৰ পৰা।

গঠন

বৈজ্ঞানিক কেলকুলেটৰৰ দৃশ্যপট
বৈজ্ঞানিক কেলকুলেটৰৰ দৃশ্যপটছবি: Loadmaster (David R. Tribble) This image was made by Loadmaster (David R. Tribbl · CC BY-SA 3.0

ইনপুট

ইলেক্ট্ৰনিক কেলকুলেটৰত কী-বৰ্ড থাকে য'ত বিভিন্ন সংখ্যা আৰু গাণিতিক অপাৰেচনৰ বুটাম থাকে। সাধাৰণতে এটা নিৰ্দিষ্ট বুটামৰ দ্বাৰা এক নিৰ্দিষ্ট কাম হে কৰিব পাৰি কিন্তু কিছুমান কেলকুলেটৰত বহুত কাম কৰিব পাৰি এটা বুটামেৰে।

আউটপুট

কেলকুলেটৰত সাধাৰণতে তৰল স্ফটিক পৰ্দাৰ দৃশ্যপট থাকে।

সম্পৰ্কিত শ্ৰেণী

সঁজুলিগণিতম'বাইল এপ্লিকেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলকুলেটৰ” প্ৰবন্ধৰ সংশোধন ৫৭২৭২৩ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।