অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ভ্ৰামক

টৰ্ক (ইংৰাজী: Torque) বা বলৰ ভ্ৰামক হ'ল কোনো বস্তুৰ ঘূৰ্ণন বেগ বা কৌণিক ত্বৰণ সলনি কৰিব পৰা পৰা কাৰক। গাণিতিকভাবে, টৰ্ক হ'ল কোনো অক্ষ সাপেক্ষে ঘূৰ্ণনশীল বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল। টৰ্কক সাধাৰণতে গ্ৰীক অক্ষৰ τ (টাউ) দ্বাৰা সূচোৱা হয়।

হালনাগাদ: ৬ নৱেম্বৰ ২০২০ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

টৰ্ক (ইংৰাজী ভাষা: Torque) বা বলৰ ভ্ৰামক হ'ল কোনো বস্তুৰ ঘূৰ্ণন বেগ বা কৌণিক ত্বৰণ সলনি কৰিব পৰা পৰা কাৰক। গাণিতিকভাবে, টৰ্ক হ'ল কোনো অক্ষ সাপেক্ষে ঘূৰ্ণনশীল বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল। টৰ্কক সাধাৰণতে গ্ৰীক অক্ষৰ τ (টাউ) দ্বাৰা সূচোৱা হয়।

টৰ্কৰ মান ক্ৰমে প্ৰযুক্ত বল (F), ব্যসাৰ্দ্ধ ভেক্টৰ (r) আৰু বলৰ দিশ তথা ব্যাসাৰ্দ্ধ ভেক্টৰৰ মধ্যবৰ্তী কোণৰ (θ) ওপৰত নিৰ্ভৰ কৰে।

গানিতিকভাবেঃ ⟨\boldsymbol \tau = \mathbf{r}\times \mathbf{F}\,\!⟩ ⟨\boldsymbol \tau = rF\sin \theta\,\!⟩

τ হ'ল টৰ্ক বা বলৰ ভ্ৰামক, r ব্যাসাৰ্দ্ধ ভেক্টৰ

F বস্তুৰ ওপৰত প্ৰযুক্ত বল, × দ্বাৰা ভেক্টৰ পূৰণফল প্ৰকাশ কৰা হৈছে, θ দ্বাৰা F আৰু τ ৰ মধ্যবৰ্তী কোণ প্ৰকাশ কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ Tipler, Paul (২০০৪)। Physics for Scientists and Engineers: Mechanics, Oscillations and Waves, Thermodynamics (5th ed.

সম্পৰ্কিত শ্ৰেণী

পোখালিধ্ৰুপদী বলবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভ্ৰামক” প্ৰবন্ধৰ সংশোধন ২৫১০২৮ (৬ নৱেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।