অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

একসদনবাদ

একসদনবাদ (unicameralism) (লেটিন: Uni (ইউনি)- "এক" + Camera (কেমেৰা)- "সদন") হৈছে শাসনপদ্ধতিত প্ৰচলিত একক বিধায়িনী বা এক সংসদীয় কক্ষ থকাৰ এক প্ৰথা বা পদ্ধতি। গতিকে, একসদনীয় সংসদ বা বিধানসভা হৈছে এক প্ৰকাৰ বিধায়িনীসভা য'ত এটা কক্ষ, সদন বা ঘৰ থাকে।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৬ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

একসদনবাদ (unicameralism) (লেটিন ভাষা: Uni (ইউনি)- "এক" + Camera (কেমেৰা)- "সদন") হৈছে শাসনপদ্ধতিত প্ৰচলিত একক বিধায়িনী বা এক সংসদীয় কক্ষ থকাৰ এক প্ৰথা বা পদ্ধতি। গতিকে, একসদনীয় সংসদ বা বিধানসভা হৈছে এক প্ৰকাৰ বিধায়িনীসভা য'ত এটা কক্ষ, সদন বা ঘৰ থাকে।১

তথ্যসূত্ৰ

  1. ↑ dbpedia.org/page/Unicameralism

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতি বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একসদনবাদ” প্ৰবন্ধৰ সংশোধন ৬০১৪৫৯ (১৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।