অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মানৱ শৰীৰ

মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞানৰ অভুতপূৰ্ব উন্নতি হৈছে৷ ইয়াৰ যোগেদি মানুহে আৱিষ্কাৰ কৰিছে ন ন অত্যাধুনিক যন্ত্ৰপাতি৷ উন্নতিৰ সোপানৰ শীৰ্ষস্থানত আৰোহন কৰিও মানুহে আজিলৈকে এনে এটি যন্ত্ৰ নিৰ্মান কৰিব পৰা নাই যাৰ তুলনা মানৱ দেহৰ লগত কৰিব পাৰি৷ মানৱ দেহৰ "যন্ত্ৰ-পাতি"ৰ বৈচিত্ৰৰ কথা ভাবিলে অতি…

হালনাগাদ: ২ এপ্ৰিল ২০২৪ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞানৰ অভুতপূৰ্ব উন্নতি হৈছে৷ ইয়াৰ যোগেদি মানুহে আৱিষ্কাৰ কৰিছে ন ন অত্যাধুনিক যন্ত্ৰপাতি৷ উন্নতিৰ সোপানৰ শীৰ্ষস্থানত আৰোহন কৰিও মানুহে আজিলৈকে এনে এটি যন্ত্ৰ নিৰ্মান কৰিব পৰা নাই যাৰ তুলনা মানৱ দেহৰ লগত কৰিব পাৰি৷ মানৱ দেহৰ "যন্ত্ৰ-পাতি"ৰ বৈচিত্ৰৰ কথা ভাবিলে অতি আচৰিত হ'ব লাগে৷ মানুহে যন্ত্ৰ মানৱ বা ৰবট নিৰ্মান কৰিছে যদিও তেজ মঙহৰ মানুহৰ লগত তাৰ তুলনা নহয়৷

মানৱ শৰীৰটো বিভিন্ন অংগ-পত্যংগ, ২০৬ ডাল অস্থি বা হাড়, ৩২ টা দাঁত, কেইবাশ পেশী, বহু কিলোমিটাৰ দীঘল স্নায়ু আৰু কোটি কোটি কোষ আদিৰে গঠিত৷ এই অংগ-পত্যংগবোৰে সহযোগিতাৰে আমাৰ দেহটো পৰিচালনা কৰে৷ তলত আমাৰ শৰীৰৰ কিছুমান অংগ দিয়া হ'ল-

সম্পৰ্কিত শ্ৰেণী

মানৱ বিজ্ঞানচিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ শৰীৰ” প্ৰবন্ধৰ সংশোধন ৪১৬৬৩৯ (২ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।