অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ভাৰতীয় সংখ্যা

তলত ভাৰতীয় সংখ্যাবোৰৰ আধুনিক দেৱনাগৰী ৰূপত এখন তালিকা দিয়া হ’ল লগতে উচ্চাৰণ আৰু অনুবাদবোৰো দিয়া হ’ল। ভৌগোলিক অঞ্চল বা যুগৰ ওপৰত নিৰ্ভৰ কৰি দেৱনাগৰী সংখ্যাৰ আকৃতি ভিন্ন হ'ব পাৰে। ইয়াৰ কিছুমান ভিন্নতা পুৰণি সংস্কৃত সাহিত্যতো দেখা যায়। {| | १ || [[চিত্ৰ:Devanagari Numeral 1 v

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২৪ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

দেৱনাগৰী সংখ্যা আৰু সেইবোৰৰ সংস্কৃত নাম

তলত ভাৰতীয় সংখ্যাবোৰৰ আধুনিক দেৱনাগৰী লিপি ৰূপত এখন তালিকা দিয়া হ’ল লগতে উচ্চাৰণ আৰু অনুবাদবোৰো দিয়া হ’ল।

Modern DevanagariHindu-ArabicSanskrit word for the ordinal numeral (wordstem)Translations in some languages
०0(शून्य)sifr (Arabic)
१1(एक)echad (Hebrew)
२2(द्वि)dva (Russian)
३3(त्रि)tre (Italian)
४4(चतुर्)katër (Albanian)
५5(पञ्च)penki (Lithuanian)
६6(षष्)seis (Spanish)
७7(सप्त)şapte (Romanian)
८8(अष्ट)astoņi (Latvian)
९9(नव)nove (Italian)

ভিন্নতা

ভৌগোলিক অঞ্চল বা যুগৰ ওপৰত নিৰ্ভৰ কৰি দেৱনাগৰী সংখ্যাৰ আকৃতি ভিন্ন হ'ব পাৰে। ইয়াৰ কিছুমান ভিন্নতা পুৰণি সংস্কৃত সাহিত্যতো দেখা যায়।১২

१Devanagari Numeral 1 var 1.pngCommonDevanagari Numeral 1 var 2.pngNepali1
५Devanagari Numeral 5 var 1.png"Bombay" VariantDevanagari Numeral 5 var 2.png"Calcutta" Variant5
८Devanagari Numeral 8 var 1.png"Bombay" VariantDevanagari Numeral 8 var 2.png"Calcutta" Variant8
९Devanagari Numeral 9 var 1.pngCommonDevanagari Numeral 9 var 2.pngNepali Variant9

নেপালী ভাষাত ५, ८, ९ - এইকেইটা সংখ্যা আধুনিক দেৱনাগৰী সংখ্যাতকৈ অলপ পৃথক। পুৰণি দেৱনাগৰী পদ্ধতিত ५, ८, ९ লিখা হয়৷

ভাৰতীয় পৌৰাণিক ভাষা (বোৰ)

আন্তঃৰাষ্ট্ৰীয় সংখ্যা0123456789ব্যৱহৃত হয়
তামিল সংখ্যাo௧௨௩௪௫௬௭௮௯তামিল ভাষা
তেলেগু সংখ্যা౦౧౨౩౪౫౬౭౮౯তেলুগু ভাষা

অনান্য আধুনিক ভাৰতীয় ভাষা

আন্তঃৰাষ্ট্ৰীয় সংখ্যা0123456789ব্যৱহৃত হয়
অসমীয়া/বঙালী(Ref) সংখ্যা০১২৩৪৫৬৭৮৯বঙালী ভাষা অসমীয়া ভাষা
গুজৰাটী সংখ্যা૦૧૨૩૪૫૬૭૮૯গুজৰাটী ভাষা
মাৰাঠী সংখ্যা०१२३४५६७८९মাৰাঠী ভাষা, সংস্কৃত ভাষা আৰু হিন্দী ভাষা
গুৰমুখী সংখ্যা੦੧੨੩੪੫੬੭੮੯পঞ্জাবী ভাষা
মালায়লম সংখ্যা൦൧൨൩൪൫൬൭൮൯মালয়ালম ভাষা
ওড়িয়া সংখ্যা୦୧୨୩୪୫୬୭୮୯ওড়িয়া ভাষা
লেপচা সংখ্যাছিক্কিম আৰু ভূটান
᱀᱁᱂᱃᱄᱅᱆᱇᱈᱉

তথ্যসূত্ৰ

  • Georges Ifrah, The Universal History of Numbers. John Wiley, 2000.
  • Sanskrit Siddham (Bonji) Numbers
  • Karl Menninger, Number Words and Number Symbols - A Cultural History of Numbers ISBN 0-486-27096-3 [http://books.google.com.br/books?id=BFJHzSIj2u0C&pg=PA335&lpg=PA335&dq=Wagner+%22Bamberg+Arithmetic%22&source=bl&ots=EE1lhVC_31&sig=Pb7m3uZB7clx4eEqsKq5oK0Zou0&hl=pt-BR

তথ্যসূত্ৰ

  1. ↑ Devanagari for TEX version 2.17, page 22
  2. ↑ Alternate digits in Devanagari. Scriptsource.org

সম্পৰ্কিত শ্ৰেণী

গণিতসংখ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় সংখ্যা” প্ৰবন্ধৰ সংশোধন ৪৬০২১১ (৩০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।