অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ইউবাণ্টু

ইউবাণ্টু (Ubuntu; উচ্চাৰণ:/ʊˈbʊntuː/) হৈছে ডেবিয়ান ডিষ্ট্ৰীবিউশ্যন বা সংকলনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এক কম্পিউটাৰ অপাৰেটিং চিষ্টেম, যাক বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ ৰূপে বিতৰণ কৰা হয়। এই অপাৰেটিং চিষ্টেমটোক দক্ষিণ আফ্ৰিকীয় এক প্ৰচলিত প্ৰবাদ ইউবাণ্টু-ৰ পৰা নামকৰণ কৰা হৈছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ইউবাণ্টু (Ubuntu; উচ্চাৰণ:/ʊˈbʊntuː/১২) হৈছে ডেবিয়ান ডিষ্ট্ৰীবিউশ্যন বা সংকলনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এক কম্পিউটাৰ অপাৰেটিং চিষ্টেম, যাক বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ ৰূপে বিতৰণ কৰা হয়। এই অপাৰেটিং চিষ্টেমটোক দক্ষিণ আফ্ৰিকীয় এক প্ৰচলিত প্ৰবাদ ইউবাণ্টু-ৰ পৰা নামকৰণ কৰা হৈছে। এই শব্দৰ অৰ্থ হ’ল "অন্যজনৰ বাবে মানৱতা"৷৩ ইউবাণ্টুক মূলতঃ ব্যক্তিগত কম্পিউটাৰৰ উদেশ্যে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এক চাৰ্ভাৰ সংকলনো পোৱা যায়।

সংস্কৰণ

সংস্কৰণকোড নামমুক্তিৰ তাৰিখঅন্তিম সমৰ্থনৰ তাৰিখ
ডেস্কটপচাৰ্ভাৰ
৪.১০ৱাৰ্টি ৱাৰ্টহগ (Warty Warthog)অক্টোবৰ ২০, ২০০৪এপ্ৰিল ৩০, ২০০৬
৫.০৪হোয়াৰি হেজহগ (Hoary Hedgehog)এপ্ৰিল ৮, ২০০৫অক্টোবৰ ৩১, ২০০৬
৫.১০ব্ৰিজি ব্যেজাৰ (Breezy Badger)অক্টোবৰ ১৩, ২০০৫এপ্ৰিল ১৩,২০০৭
৬.০৬ LTSডাপাৰ ড্ৰেক (Dapper Drake)জুন ১, ২০০৬জুলাই ১৪, ২০০৯জুন ১, ২০১১
৬.১০এজি এফ্ট (Edgy Eft)অক্টোবৰ ২৬, ২০০৬এপ্ৰিল ২৫, ২০০৮
৭.০৪ফেষ্টি ফাউন (Feisty Fawn)এপ্ৰিল ১৯, ২০০৭অক্টোবৰ ১৯, ২০০৮
৭.১০গাষ্টি গিবন (Gutsy Gibbon)অক্টোবৰ ১৮, ২০০৭এপ্ৰিল ১৮, ২০০৯
৮.০৪ LTSহাৰ্ডি হেৰণ (Hardy Heron)এপ্ৰিল ২৪, ২০০৮এপ্ৰিল ১২, ২০১১এপ্ৰিল ২০১৩
৮.১০ইণ্ট্ৰাপিড আইবেক্স (Intrepid Ibex)অক্টোবৰ ৩০, ২০০৮এপ্ৰিল ৩০, ২০১০
৯.০৪জণ্টি জেকলপ (Jaunty Jackalope)এপ্ৰিল ২৩, ২০০৯অক্টোবৰ ২৩, ২০০৯
৯.১০কাৰ্মিক কোৱালা (Karmic Koala)অক্টোবৰ ২৯, ২০০৯এপ্ৰিল ৩০, ২০১১
১০.০৪ LTSলুচিড লিংক্স (Lucid Lynx)এপ্ৰিল ২৯, ২০১০এপ্ৰিল ২০১৩এপ্ৰিল ২০১৫
১০.১০মেভৰিক মিৰকেট (Maverick Meerkat)অক্টোবৰ ১০, ২০১০এপ্ৰিল ২০১২
১১.০৪নট্টি নাৰহল (Natty Narwhal)এপ্ৰিল ২৮, ২০১১অক্টোবৰ ২০১২
১১.১০অনেৰিক অচেলট্ (Oneiric Ocelot)অক্টোবৰ ১৩, ২০১১এপ্ৰিল ২০১৩
১২.০৪ LTSপ্ৰিচাইচ পেঙগোলিন (Precise Pangolin)এপ্ৰিল ২৬, ২০১২এপ্ৰিল ২০১৭এপ্ৰিল ২০১৭
১২.১০কুঁৱাণ্টাল কুৱেটজেল (Quantal Quetzal)অক্টোবৰ ১৮, ২০১২এপ্ৰিল ২০১৪এপ্ৰিল ২০১৪
১৩.০৪ৰেৰিং ৰিংটেইল (Raring Ringtail)এপ্ৰিল ১৮, ২০১৩জানুৱাৰী ২০১৪জানুৱাৰী ২০১৪
১৩.১০চ’চি চালামেণ্ডাৰ (Saucy Salamander)অক্টোবৰ ১৭, ২০১৩জুন ২০১৪জুন ২০১৪
ৰংঅৰ্থ
ৰঙামুক্তিপ্ৰাপ্ত আৰু সমৰ্থন শেষ হৈছে
সেউজীয়ামুক্তিপ্ৰাপ্ত আৰু সমৰ্থন চলি আছে
নীলাপৰবৰ্তী মুক্তি

ইউবাণ্টুত ব্যৱহৃত বিভিন্ন চফ্টৱেৰৰ সংস্কৰণসমূহ

কোৰডেস্কটপ
সংস্কৰণলীনাক্স কাৰ্ণেলX.Org Server / X.Orgপাইথনন'মফায়াৰফক্সঅপেন অফিচগিম্পপিজিন
৪.১০২.৬.৮(XFree86 ৪.৩)২.৩.৪২.৮০.৯১.১.২২.০.২১.০.০
৫.০৪২.৬.১০(৬.৮.২)২.৪.১২.১০১.০.২১.১.৩২.২.২১.১.৪
৫.১০২.৬.১২(৬.৮.২)২.৪.২২.১২১.০.৭২.০ বিটা২.২.৮১.৫.০
৬.০৬২.৬.১৫১.০.২ / ৭.০.০২.৪.৩২.১৪১.৫.৩২.০.২২.২.১১১.৫.০
৬.১০২.৬.১৭১.১.১ / ৭.১.১২.৪.৪২..১৬২.০.০২.০.৪২.২.১৩২.০ বিটা ৩
৭.০৪২.৬.২০১.২.০ / ৭.২.০২.৫.১২.১৮২.০.৩২.২.০২.২.১৩২.০ বিটা ৬
৭.১০২.৬.২২১.৩.০ / ৭.২.৫২.৫.১২.২০২.০.৬২.৩.০২.৪.০ আৰচি ৩২.২.১
৮.০৪২.৬.২৪১.৪.১ / ৭.৩২.৫.২২.২২৩.০ বিটা ৫২.৪.০২.৪.৫২.৪.১
৮.১০২.৬.২৭১.৫.২ / ৭.৪২.৫.২২.২৪৩.০.৩২.৪.১২.৬.১২.৫.২
৯.০৪২.৬.২৮১.৬.০ / ৭.৪২.৬.২২.২৬৩.০.৮৩.০.১২.৬.৬২.৫.৫
৯.১০২.৬.৩১১.৬.৪ / ৭.৪২.৬.৩২.২৮৩.৫.৩৩.১.১২.৬.৭২.৬.২
১০.০৪২.৬.৩২ (DRM from ২.৬.৩৩)১.৭.৬ / ৭.৫২.৬.৫২.৩০৩.৬.৩৩.২.০২.৬.৮২.৬.৬
১০.১০২.৬.৩৫১.৮.২ / ৭.৫২.৭২.৩১৩.৬.৮৩.২.১২.৬.১০২.৭.৩

ভিন্ন বেকগ্ৰাউণ্ডত থকা চফ্টৱেৰসমূহ ইউবাণ্টুৰ অবিকল্পিত (ডিফল্ট) এপ্লিকেচন নহয়।

তথ্যসূত্ৰ

  1. ↑ (11 January 2006). The Ubuntu Experience (Nelson Mandela Interview)
  2. ↑ About Ubuntu. Ubuntu.com
  3. ↑ About the Name. Official Ubuntu Documentation. Canonical

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ বিজ্ঞানঅপাৰেটিং চিষ্টেম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউবাণ্টু” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৩৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।