বেৰিলিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Be" পাৰমাণৱিক সংখ্যা ৪। বেৰিলিয়াম হৈছে এক তুলনামূলকভাৱে বিৰল উপাদান। বেৰিলিয়াম পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ২ বৰ্গৰ s-গোষ্ঠীৰ মৌল। নামটো গ্ৰীক শব্দ 'বেৰাইল’'ৰ পৰা আহৰণ আহিছে১
ৰাসায়নিক ধৰ্ম আৰু গঠন
- ব'ৰণত থকা ইলেক্ট্ৰনৰ সংখ্যা ৪
- ইলেকট্ৰনীয় বিন্যাস 1s11p22s2
- পাৰমাণৱিক সংখ্যা (নিউক্লিয়াছত প্ৰটনৰ সংখ্যা): ৪
- পাৰমাণৱিক ওজন (পৰমাণুৰ গড় ভৰ): ৯.০১২
- ঘনত্ব: ১.৮৫ গ্ৰাম প্ৰতি ঘন চেণ্টিমিটাৰ
- কোঠাৰ তাপমাত্ৰাত অৱস্থা: কঠিন
- গলনাংক: ২৩৪৯ ডিগ্ৰী ফৰেনহেইট (১২৮৭ ডিগ্ৰী চেলচিয়াছ)
- উতলাংক: ৪৪৭৪ ডিগ্ৰী ফৰেনহেইট (২৪৬৮ ডিগ্ৰী চেলচিয়াছ)
- আটাইতকৈ সচৰাচৰ আইছ'টোপ: 9Be
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেৰিলিয়াম” প্ৰবন্ধৰ সংশোধন ২৮৬৮৮৮ (১৮ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।