
গণিতশাস্ত্ৰত বা বিশেষকৈ ইয়াৰ উপক্ষেত্ৰ কলন-গণিতত,বাস্তৱ চলকবিশিষ্ট ফলনৰ অধ্যয়ণৰ এক মৌলিক আহিলা হৈছে অৱকলন গণিত, যি পদাৰ্থ বিজ্ঞানৰ লগতে বিজ্ঞানৰ আন আন ক্ষেত্ৰসমূহতো প্ৰযোজ্য। সহজ ভাষাত ক'বলৈ গ'লে কোনো এক ফলনৰ অৱকলন হৈছে চলকৰ মানৰ এক সূক্ষ্ম সালসলনিৰ ফলনৰ মান কিমান সলনি হৈছে, অৰ্থাৎ ফলনৰ মানৰ সালসলনি আৰু চলকৰ মানৰ সালসলনিৰ অনুপাত য'ত চলকৰ মানৰ সালসলনি অতি সূক্ষ্ম, বেছি শুদ্ধকৈ ক'লে অসীমভাৱেসূক্ষ্ম।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱকলন” প্ৰবন্ধৰ সংশোধন ২৪১৪৭৭ (১৬ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।