ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইংৰাজী ভাষা: Indian Space Research Organisation), চমুকৈ ইছৰোৰ অধ্যক্ষ হৈছে সংস্থাটোৰ সৰ্বোচ্চ পদাধিকাৰী। ১৯৬২ চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত Indian National Committee for Space Research (INCOSPAR) গঠন কৰা হৈছিল। বিক্ৰম সাৰাভাইৰ প্ৰচেষ্টাত বৰ্তমানৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ১৯৬৯ চনত গঢ় লৈ উঠিছিল।১ তেতিয়াৰে পৰা এতিয়ালৈকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ হিচাপে দহগৰাকী ব্যক্তি ইয়াৰ অধ্যক্ষ হিচাপে অধিষ্ঠিত হৈছে। এওঁলোকৰ ভিতৰত অধ্যাপক সতীশ ধৱনে সৰ্বাধিক ১২ বছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
অধ্যক্ষসকল
| আলোকচিত্ৰ | কাৰ্যকালৰ আৰম্ভণি | কাৰ্যকাল শেষ | কাৰ্যকাল | তথ্য প্ৰসংগ | |
|---|---|---|---|---|---|
| ১৯৬৩ | ১৯৭২ | ২ | |||
| জানুৱাৰী ১৯৭২ | ছেপ্টেম্বৰ ১৯৭২ | ৩ | |||
| ১৯৭২ | ১৯৮৪ | ৪ | |||
| ১৯৮৪ | ১৯৯৪ | ৫ | |||
| ১৯৯৪ | ২৭ আগষ্ট ২০০৩ | ৬ | |||
| ছেপ্তেম্বৰ ২০০৩ | ২৯ অক্টোবৰ ২০০৯ | ৭ | |||
| ৩০ অক্টোবৰ ২০০৯ | ৩১ ডিচেম্বৰ ২০১৪ | ৮ | |||
| ১ জানুৱাৰী ২০১৫ | ১২ জানুৱাৰী ২০১৫ | ৯ | |||
| ১৪ জানুৱাৰী ২০১৫ | ১৪ জানুৱাৰী ২০১৮ | ১০ | |||
| ১৫ জানুৱাৰী ২০১৮ | পদাধিকাৰী | দিন | ১১ |
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ Welcome To ISRO:: Former Chairman:: Dr. Vikram Sarabhai - Introduction. isro.org
- ↑ Welcome To ISRO:: Former Chairman - Prof. M G K Menon. isro.org
- ↑ Welcome To ISRO:: Former Chairmen:: Prof Satish Dhawan. isro.org
- ↑ Welcome To ISRO:: Former Chairman - Prof.Udupi Ramachandra Rao. isro.org
- ↑ Welcome To ISRO:: Former Chairman:: Dr. Krishnaswamy Kasturirangan - Introduction. isro.org
- ↑ (2008-11-11). Shri G Madhavan Nair. About ISRO. Indian Space Research Organisation
- ↑ (2008-11-11). Dr. K. Radhakrishnan. About ISRO. Indian Space Research Organisation
- ↑ Shailesh Nayak appointed as new ISRO chairman, Radhakrishnan retires
- ↑ A S Kiran Kumar takes over as Secretary, Department of Space, Chairman, Space Commission and Chairman, ISRO - ISRO. www.isro.gov.in
- ↑ (16 January 2018). K. Sivan takes charge as new ISRO chairman. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষসকল” প্ৰবন্ধৰ সংশোধন ৩৮২৩৪০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।