অছৰগঞ্জ ভাৰতৰ বিহাৰ ৰাজ্যৰ মুংগেৰ জিলাত অৱস্থিত এখন সৰু নগৰ।
ভূগোল
অছৰগঞ্জ ভৌগোলিক স্থানাংক হ'ল। ইয়াৰ গড় উচ্চতা হ'ল ৪৪ মিটাৰ (১৪৪ ফুট)। অছৰগঞ্জৰ পশ্চিমে নাৰায়ণপুৰ, কমৰগামা, ডঢ়া, ছাৰাউন, ধুৰীয়া, মকৱা; দক্ষিণে লখনপুৰ; পূবে কস্তিকাৰী, ৰহমতপুৰ আৰু উত্তৰে বিক্ৰমপুৰ অৱস্থিত।১
জনগাঁথনি
২০০১ চনৰ লোকপিয়ল অনুসৰি,২ অছৰগঞ্জৰ জনসংখ্যা ৫,৭০৬জন য'ৰ ৫৩% পুৰুষ আৰু ৪৭% মহিলা। গড় সাক্ষৰতাৰ হাৰ হ'ল ৮৫%; পুৰুষ আৰু মহিলাৰ সাক্ষৰতা ক্ৰমে ৭২% আৰু ৭০%। ১৪% জনসংখ্যা ০-৬ বছৰীয়া শিশু।
তথ্যসূত্ৰ
- ↑ Asarganj Pincode. citypincode.in
- ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অছৰগঞ্জ” প্ৰবন্ধৰ সংশোধন ৪৯২১৪৫ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।