অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অজামিল উপাখ্যান

অজামিল উপাখ্যান ভাগৱত পুৰাণৰ কাহিনীৰ আধাৰত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এক জনপ্ৰিয় আখ্যান৷ ভাগৱত পুৰাণৰ ষষ্ঠ কাণ্ডত বৰ্ণিত এক আখ্যানৰ মুখ্য চৰিত্ৰৰ নাম অজামিল।

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৪ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

অজামিল উপাখ্যান ভাগৱত পুৰাণৰ কাহিনীৰ আধাৰত শংকৰদেৱ১ বিৰচিত এক জনপ্ৰিয় আখ্যান৷ ভাগৱত পুৰাণৰ ষষ্ঠ কাণ্ডত বৰ্ণিত এক আখ্যানৰ মুখ্য চৰিত্ৰৰ নাম অজামিল।২ ভগৱানৰ স্বৰ্গীয় নাম জপৰ জৰিয়তে আনকি পাপীৰো পাপ মোচন হৈ যে পৰম মুক্তি লাভ কৰিব পাৰি, সেই ব্যাখ্যা আগবঢ়াবলৈ অজামিলৰ আখ্যানটো হিন্দু ধৰ্মত ব্যৱহৃত হৈ আহিছে।৩

তথ্যসূত্ৰ

  1. ↑ পূৰ্ণানন্দ ভূঞা. (২০২১). শংকৰী সংস্কৃতিৰ আভাস
  2. ↑ শ্ৰীমদ্ভাগৱত, ষষ্ঠ কাণ্ড. vedabase.net
  3. ↑ (2016-05-04). তাৰকা মন্ত্ৰ. The Hindu

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজামিল উপাখ্যান” প্ৰবন্ধৰ সংশোধন ৪৩১৪৩৪ (১০ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।