অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অঞ্জলি শৰ্মা (ক্ৰিকেটাৰ)

অঞ্জলি শৰ্মা (জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী প্ৰাক্তন ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতৰ হৈ তিনিখন ৱান ডে ইণ্টাৰনেশ্যনেল খেলিছিল, এই সকলোবোৰ ১৯৭৮ চনৰ জানুৱাৰী মাহত, আৰু দুটা উইকেট দখল কৰিছিল, সৰ্বোত্তম বলিং ১/৩২।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

অঞ্জলি শৰ্মা (জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী প্ৰাক্তন ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতৰ হৈ তিনিখন ৱান ডে ইণ্টাৰনেশ্যনেল খেলিছিল, এই সকলোবোৰ ১৯৭৮ চনৰ জানুৱাৰী মাহত,১ আৰু দুটা উইকেট দখল কৰিছিল, সৰ্বোত্তম বলিং ১/৩২।২

১৯৭৫ চনৰ পৰা ১৯৮৪ চনলৈকে দিল্লী ষ্টেটৰ হৈ প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল শৰ্মাই, আৰু ১৯৮৩ চনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ অধিনায়ক আছিল।৩

২০২০ চনৰ জুন মাহত দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিললৈ মনোনীত হয়।৪ ২০২০ চনৰ নৱেম্বৰ মাহত ২০২০–২১ বৰ্ষৰ বাবে পৰিষদৰ খেলুৱৈ কল্যাণ সমিতিৰ অধ্যক্ষ হয়।৫

তথ্যসূত্ৰ

  1. ↑ A Sharma. ESPNcricinfo
  2. ↑ A Sharma. CricketArchive
  3. ↑ ICA 2019 Election – Candidate Information Sheets. Indian Cricketers Association. পৃ. 28
  4. ↑ (June 17, 2020). DDCA to induct Tilak Raj, Anjali Sharma in Apex Council, Bhardwaj may be removed. The Times of India
  5. ↑ Ali, Qaiser Mohammad. (2020-11-28). DDCA announces 8 panels; Cricket Advisory Committee next week. www.daijiworld.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জলি শৰ্মা (ক্ৰিকেটাৰ)” প্ৰবন্ধৰ সংশোধন ৫৭০০৯২ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।