অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অজয় কুমাৰ দত্ত

অজয় কুমাৰ দত্ত (Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী। তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱা আগবঢ়াই আহিছে।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অজয় কুমাৰ দত্ত (Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী।১ তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱা আগবঢ়াই আহিছে।২

চমু জীৱনী

অজয় কুমাৰ দত্ত অসমৰ গুৱাহাটীৰ বাসিন্দা। তেওঁ গুৱাহাটী মিউনিচিপালিটিৰ কাউন্সিলৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৭৮ চনত তেওঁ জনতা দলৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কমিউনিষ্ট দলৰ নন্দেশ্বৰ তালুকদাৰক পৰাস্ত কৰে৩৪ আৰু পূব গুৱাহাটী সমষ্টিক প্ৰতিনিধিৰূপে নিৰ্বাচিত হয়।৫

ভাৰত চৰকাৰে ২০১৬ চনত অজয় কুমাৰ দত্তৰ সমাজসেৱাৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (25 January 2016). Prahlad Chandra Tasa and Ajoy Kumar Dutta from Assam wins the Padma Shri awards. Go Assam- (26 January 2016). This Is How Assam Shines Bright on the 67th Republic Day Today. Bordoisila
  2. ↑ (26 January 2016). 4 from State get Padma Shree. The Assam Tribune
  3. ↑ (2016). Affidavit Details of Ajoy Kumar Dutta. Empowering India
  4. ↑ (2016). Assam Assembly Election 1978. Empowering India
  5. ↑ (2016). Gauhati East (Assam) Election Results 2016. Elections.in
  6. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সমাজকৰ্মীঅসমৰ ৰাজনীতিকপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজয় কুমাৰ দত্ত” প্ৰবন্ধৰ সংশোধন ৫৬৯৮৯৪ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।