মৰশাল গছ (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Vatica lanceaefolia) ডাইপ্টেৰ’কাৰপাচিয়া (Dipterocarpaceae) পৰিয়ালৰ অন্তৰ্গত ভাটিকা (Vatica) গণৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি।
বিতৰণ
মড়ল গছ বাংলাদেশ, ভাৰত, আৰু ম্যানমাৰ-বাৰ্মাত পোৱা যায়।
বাসস্থানৰ অভাৱৰ বাবে এই উদ্ভিদ প্ৰজাতিটোক আই ইউ চি এন ৰঙা তালিকাৰ ঘোৰ সংকটজনক প্ৰজাতি হিচাহে তালিকাভূক্ত কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰশাল গছ” প্ৰবন্ধৰ সংশোধন ৪২৮১৬০ (৬ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।