অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মৰিকলং বিল

মৰিকলং বিল (Morikalang Beel) অসমৰ মৰিগাঁও জিলাত অৱস্থিত ইংৰাজী বৰ্ণমালাৰ ইউ-আকৃতি (U-shaped)ৰ এখন বিল বা হ্ৰদ। এই বিলখন ৰাইনা পথাৰ গাঁও আৰু বুঢ়াগাঁওদ্বাৰা পৰিবেষ্টিত হৈ আছে।

হালনাগাদ: ১১ জুলাই ২০২৬ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মৰিকলং বিল (Morikalang Beel) অসমৰ মৰিগাঁও জিলাত অৱস্থিত ইংৰাজী বৰ্ণমালাৰ ইউ-আকৃতি (U-shaped)ৰ এখন বিল বা হ্ৰদ। এই বিলখন ৰাইনা পথাৰ গাঁও আৰু বুঢ়াগাঁওদ্বাৰা পৰিবেষ্টিত হৈ আছে।১

মীন পালন ব্যৱস্থাপনা

এই বিলখনে পানীৰ সমতা নিয়ন্ত্ৰণ কৰে আৰু মাছ তথা অন্যান্য জলজ প্ৰাণী সংগ্ৰহৰ বাবে জনাজাত।২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Ecology and fisheries of beels in Assam. Central Inland Fisheries Research Institute
  2. ↑ Nagaon Fishery Office building inaugurated. Assam Times

সম্পৰ্কিত শ্ৰেণী

মৰিগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিকলং বিল” প্ৰবন্ধৰ সংশোধন ৬১৬৬৫১ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।