অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৌচুমী আলিফা

মৌচুমী আলিফা (ইংৰাজী: Mousumi Alifa) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী নৱাগত অভিনেত্ৰী, গায়িকা আৰু নৃত্যশিল্পী। তেওঁ ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰে।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মৌচুমী আলিফা (ইংৰাজী ভাষা: Mousumi Alifa) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী নৱাগত অভিনেত্ৰী, গায়িকা আৰু নৃত্যশিল্পী। তেওঁ ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰে।১২

কৰ্মজীৱন

সৰুৰে পৰাই সংগীত আৰু নৃত্যৰ প্ৰতি আগ্ৰহী মৌচুমী আলিফাই প্ৰথমতে কণ্ঠশিল্পী আৰু নৃত্যশিল্পী হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ২০২১ চনত তেওঁ জুবিন গাৰ্গৰ “মনৰে কইনা” নামৰ মিউজিক ভিডিঅ'ত অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে।১৩৪ পিছত ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মাজত বিশেষভাবে পৰিচিত হয়।১২

ফিল্মগ্ৰাফি

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2025-11-02). Mousumi Alifa Age, Wikipedia, Biography, Husband, Cast, Parents & Family Details. Celefusion.co.in. Celefusion
  2. ↑ Mousumi Alifa. IMDb
  3. ↑ Mousumi Alifa – Biography. IMDb
  4. ↑ Mousumi Alifa Songs. JioSaavn

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেত্ৰীঅসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌচুমী আলিফা” প্ৰবন্ধৰ সংশোধন ৬৩৬৭২৬ (২২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।