অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মৰাণ (নগৰ)

মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ। নগৰখন ঔদ্যোগিক ভাৱে উন্নত। এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল। অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হ'ল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰিছে।

হালনাগাদ: ১৪ অক্টোবৰ ২০২৩ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ। নগৰখন ঔদ্যোগিক ভাৱে উন্নত। এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল। অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হ'ল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজ্যৰ ঐতিহ্য বহন কৰিছে।

ভৌগোলিক অৱস্থান

মৰাণৰ ভৌগোলিক অৱস্থান হ'ল- ১ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা 97 মিটাৰ। ইয়াৰ পশ্চিমে ডুলিয়াজান নগৰ,পূৱে টেঙাখাট আৰু টিংখং, উত্তৰে মোহনবাৰী আৰু শলগুৰি, দক্ষিণে মৰাণহাট আৰু সোণাৰি। জিলাৰ প্ৰধান কাৰ্যালয় ডিব্ৰুগড়, ইয়াৰ পৰা 40 কি.মি. আঁতৰত অৱস্থিত।

জনসাংখ্যিকীয়

ভাৰতীয় লোকপিয়ল-২০০১ মতে,২ মৰাণৰ জনসংখ্য মাত্ৰ ৬,৭৮৪ জন। তাৰে, ৫৩% পুৰুষ আৰু বাকী ৪৭% মহিলা। এই নগৰখনৰ ১০% জনসংখ্যাৰ ৬ বছৰ বয়সতকৈ সৰু।

ৰাজনৈতিক

মৰাণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত৩ আৰু বিধানসভা সমষ্টি হ'ল মৰাণ বিধানসভা সমষ্টি।

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Moran
  2. ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
  3. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

ডিব্ৰুগড় জিলাঅসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰাণ (নগৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৭৪৮৯ (১৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।