অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মৰম নদীৰ গাভৰু ঘাট

মৰম নদীৰ গাভৰু ঘাট (Morom Nodir Gabhoru Ghat) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত, বিক্ৰম হাজৰিকা, বৰ্ণালী পূজাৰী আৰু নিলয় গুপ্তা অভিনীত এখন অসমীয়া সংগীত-ৰোমাঞ্চ চলচ্চিত্ৰ। ছবিখন পুলক গগৈয়ে পৰিচালনা আৰু প্ৰযোজনা কৰিছে।

হালনাগাদ: ১৮ জুলাই ২০২৬ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মৰম নদীৰ গাভৰু ঘাট (Morom Nodir Gabhoru Ghat) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত, বিক্ৰম হাজৰিকা, বৰ্ণালী পূজাৰী আৰু নিলয় গুপ্তা অভিনীত এখন অসমীয়া সংগীত-ৰোমাঞ্চ চলচ্চিত্ৰ। ছবিখন পুলক গগৈয়ে পৰিচালনা আৰু প্ৰযোজনা কৰিছে।১

অভিনয়ত

  • বিক্ৰম হাজৰিকা – ৰাজীৱ চৌধুৰী (মীত)
  • বৰ্ণালী পূজাৰী – মালা বৰুৱা
  • নিলয় গুপ্তা‌ – ৰাজীৱ চৌধুৰী
  • গুণ মহন্ত – সিদ্ধাৰ্থ বৰুৱা
  • ৰাজেশ ভূঞা – ৰবীন
  • অতুল পাচনি – আটো

সংগীত

মৰম নদীৰ গাভৰু ঘাটৰ চাউণ্ডট্ৰেক অতুল মেধিয়ে ৰচনা কৰিছে। সংগীত পৰিচালক হিচাপে এইখন তেওঁৰ প্ৰথম ছবি। কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰে। চাউণ্ডট্ৰেক এলবামটোত ৭টা ট্ৰেক আছে। ইয়াৰে কি কৰো কি কৰো নেজানোৰ দুটা সংস্কৰণ আছে – এটা পুৰুষ কণ্ঠত আৰু আনটো মহিলা কণ্ঠত। লগতে আছে এটা বাদ্যযন্ত্ৰৰ ট্ৰেক। বলীউডৰ গায়ক চনু নিগম আৰু সাগৰিকা মুখাৰ্জীয়ে (শানৰ ভগ্নী) নেপথ্য কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰা এইখন তেওঁলোকৰ প্ৰথম খন অসমীয়া চলচ্চিত্ৰ।

তথ্যসূত্ৰ

  1. ↑ (23 September 2016). Released Assamese Feature Films. enajori.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰম নদীৰ গাভৰু ঘাট” প্ৰবন্ধৰ সংশোধন ৬১৮১৩৭ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।