অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মৌলবাদ

মৌলবাদ (Fundamentalism) হৈছে কঠোৰ ধৰ্মীয় মতবাদসমূহক অনুসৰণ কৰাৰ চাহিদা; যি সাধাৰণতে উদাৰ ধৰ্মতত্ত্বেৰ বিৰুদ্ধে এক প্ৰতিক্ৰিয়াক বুজায়। এই শব্দটো ইংৰাজী ফাণ্ডামেণ্টালিজম শব্দেৰ অনুবাদ। মৌলবাদ শব্দটোৰ সাধাৰণ অন্য অৰ্থ হ'ল মূলজাত। ইয়াত মূল শব্দৰ দ্বাৰা ধৰ্মক বুজোৱা হৈছে।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৬ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

মৌলবাদ (Fundamentalism) হৈছে কঠোৰ ধৰ্মীয় মতবাদসমূহক অনুসৰণ কৰাৰ চাহিদা; যি সাধাৰণতে উদাৰ ধৰ্মতত্ত্বেৰ বিৰুদ্ধে এক প্ৰতিক্ৰিয়াক বুজায়।১ এই শব্দটো ইংৰাজী ফাণ্ডামেণ্টালিজম শব্দেৰ অনুবাদ। মৌলবাদ শব্দটোৰ সাধাৰণ অন্য অৰ্থ হ'ল মূলজাত। ইয়াত মূল শব্দৰ দ্বাৰা ধৰ্মক বুজোৱা হৈছে। অৰ্থাৎ আদি কালৰ পৰাই এই ধাৰণাটো ধৰ্মৰ লগত সংযুক্ত হৈ আছে। মৌলবাদীসকলে আক্ষৰিক অৰ্থত ধৰ্মৰ সকলো কথাই গ্ৰহণ কৰে। মৌলবাদ বা Fundamentalism শব্দটি সৰ্বপ্ৰথম ১৯২২ চনত আমেৰিকাত ব্যৱহৃত কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ George M. Marsden, "Fundamentalism and American Culture", (1980)pp 4-5

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্মদৰ্শন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌলবাদ” প্ৰবন্ধৰ সংশোধন ৫৭৫২৯৪ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।