অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মৰুভূমি

মৰুভূমি (Desert) হ’ল এক অতি শুকান বিস্তৃত অঞ্চল বা ভূ-মণ্ডল। ইয়াত বৰষুণৰ পৰিমাণ অতি কম। ইয়াত নামমাত্ৰ হে গছ-গছনিৰে ভৰা ঠাই আছে আৰু যিখিনি আছে অতি সোনকালে শুকাই যায়, যদিহে বাহিৰৰ পৰা পানী যোগান ধৰা নহয় মৰুভূমিৰ অৰ্থ আমি এনেকেও বুজিব পাৰো, যি অঞ্চলত বহু অংশ পানী বাষ্পীভূত হৈ হেৰাই যায়, আৰু…

হালনাগাদ: ৭ নৱেম্বৰ ২০২২ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

মৰুভূমি (Desert) হ’ল এক অতি শুকান বিস্তৃত অঞ্চল বা ভূ-মণ্ডল। ইয়াত বৰষুণৰ পৰিমাণ অতি কম। ইয়াত নামমাত্ৰ হে গছ-গছনিৰে ভৰা ঠাই আছে আৰু যিখিনি আছে অতি সোনকালে শুকাই যায়, যদিহে বাহিৰৰ পৰা পানী যোগান ধৰা নহয় মৰুভূমিৰ অৰ্থ আমি এনেকেও বুজিব পাৰো, যি অঞ্চলত বহু অংশ পানী বাষ্পীভূত হৈ হেৰাই যায়, আৰু গেদীয়কৰনৰ ফলত বৰষুণ হিচাপে নামি আহে। মৰুভূমিৰ গছবোৰৰ মৰু অঞ্চলৰ অতি কম পানী থকা পৰিবেশৰ লগত খাপ খুৱাই চলিবলে কিছুমান বিশেষ গুণৰ প্ৰয়োজন। মৰুভূমিত সাধাৰণতে বছৰি ২৫০ মিলিলিটাৰতকৈও (ইঞ্চি) কম বৰষুণ হয।

সম্পৰ্কিত শ্ৰেণী

পৰিৱেশ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰুভূমি” প্ৰবন্ধৰ সংশোধন ৩৩৬৮৮২ (৭ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।