ম্ৰাউক-উ জিলা (မြောက်ဦးခရိုင်) ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন নতুনকৈ সৃষ্টি হোৱা জিলা। যিটো পূৰ্বতে ছিট্টৱে জিলাৰ অংশ আছিল। ইয়াৰ প্ৰশাসনিক কেন্দ্ৰ হৈছে ম্ৰাউক-উ।
ম্ৰাউক-উত আনুষ্ঠানিকভাৱে ২৫টা পাহাৰৰ নামকৰণ কৰা হৈছে। কেমা টাউং এই জিলাৰ সৰ্বোচ্চ স্থান। য়ুলিন জং হৈছে আটাইতকৈ ডাঙৰ পৰ্বত।১
প্ৰশাসনিক বিভাগসমূহ
ম্ৰাউক-উ জিলা তলত উল্লেখ কৰা চহৰসমূহেৰে গঠিত:
- কিয়াউক্টাও টাউনশ্বিপ
- ম্ৰাউক-ইউ টাউনশ্বিপ
- মিনবিয়া টাউনশ্বিপ
- মাইবন টাউনশ্বিপ
তথ্যসূত্ৰ
- ↑ Mrauk-U District Mountains. PeakVisor
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম্ৰাউক-উ জিলা” প্ৰবন্ধৰ সংশোধন ৩৭৯৪২৫ (২৬ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।