মৰিগাঁও মহাবিদ্যালয় (Morigaon College) হৈছে ১৯৬৪ চনত স্থাপিত অসমৰ মৰিগাঁৱত অৱস্থিত এখন পুৰণি স্নাতকৰ সহ-শিক্ষা মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১
বিভাগ
বাণিজ্য
- গণিত
- পদাৰ্থ বিজ্ঞান
- ৰসায়ন বিদ্যা
- উদ্ভিদ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
- নৃতত্ত্ব
কলা আৰু বাণিজ্য
- অসমীয়া
- ইংৰাজী
- দুৰ্যোগ ব্যৱস্থাপনা
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি
- হিন্দী
- ভূগোল
- বাণিজ্য
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিগাঁও মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮২৭৪১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।