মৰম তৃষ্ণা (Maram Trishna) ১৯৬৮ চনৰ ৫ জানুৱাৰীৰ দিনা মুক্তি পোৱা এখন ক'লা-বগা অসমৰ চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছিল আব্দুল মজিদে। সঙ্গীত বিবেকানন্দ ভট্টাচাৰ্যৰ। গীত লিখিছিল নিহাৰেন্দ্ৰ ভট্টাচাৰ্য আৰু ইউচুফ হাজৰিকাই। অভিনয়ত আছিল দীনেশ দাস, ৰোহিনী বৰুৱা, তাৰা, ৰেখা বৰা আদি।১২ অভিনেতা দিনেশ দাসৰ এইখন প্ৰথম ছবি আছিল।৩
বাহ্যিক সংযোগ
- গীত সংকলন ৱেবচাইটত মৰম তৃষ্ণাৰ গীত
- ইউটিউৱত মৰম তৃষ্ণাৰ গীত, কণ্ঠ খগেন মহন্ত
- ইউটিউৱত মৰম তৃষ্ণাৰ গীত, কণ্ঠ পাৰবীন চুলতানা
তথ্যসূত্ৰ
- ↑ Maram Trishna (1968) – Assamese Film
- ↑ Babul Das. (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, Dibrugar. পৃ. 113
- ↑ Dinesh Das. nettv4u.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰম তৃষ্ণা” প্ৰবন্ধৰ সংশোধন ৩৬৯১৭৩ (১৯ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।