অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ভ ৮২৫ প্ৰবন্ধ
- ভেলেণ্টিন’ ৰ’ছিভেলেন্টিন’ ৰ’ছি (; জন্ম ১৬ ফেব্ৰুৱাৰী ১৯৭৯ ) এজন ইটালীৰ এজন পেছাদাৰী মটৰচাইকেল দৌৰৰ (ৰেচিং…
- ভেলেন্টিনা তেৰেস্কোভাভেলেণ্টিনা ভ্লাদিমিৰোভনা তেৰেস্কোভা (জন্ম ৬ মাৰ্চ ১৯৩৭) এগৰাকী ৰাছিয়াৰ অভিযন্তা, ৰাজ্যিক …
- ভেলেৰিয়া মৰালেছভেলেৰিয়া মৰালেছ ডেলগাডো (জন্ম: ২ জানুৱাৰী ১৯৯৮) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতি…
- ভেলেৰী লিঅ’নভেলেৰী থেৰেছ লিঅ’ন (জন্ম: ১২ নৱেম্বৰ, ১৯৪৩) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল। তেওঁ বহুতো চল…
- ভেলেৰী হুবেৰভেলেৰী ফ্লোৰিন হুবেৰ (ইংৰাজী: Valerie Florine Huber; জন্ম: ৪ জানুৱাৰী ১৯৯৬) এগৰাকী অষ্ট্ৰি…
- ভেলোৰী কাৰীভেলোৰী কাৰী (ইংৰাজী: Valorie Curry; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। …
- ভেল্লায়নী হ্ৰদভেল্লায়নী হ্ৰদ বা ভেল্লায়নী কায়াল (Vellayani Lake, or Vellayani Kayal) কেৰালা ৰাজ্যৰ দ্…
- ভেল্লুভা কোৰোথ বিষ্ময়াভেল্লুভা কোৰোথ বিষ্ময়া (ইংৰাজী: Velluva Koroth Vismaya; জন্ম: ১৪ মে' ১৯৯৭) কেৰালাৰ এগৰাকী…
- ভেল্লোৰ বিদ্ৰোহভেল্লোৰ বিদ্ৰোহ (Vellore mutiny) নাইবা ভেল্লোৰ বিপ্লৱ (১০ জুলাই ১৮০৬) আছিল ইষ্ট ইণ্ডিয়া ক…
- ভেলৰী ডমিংগুৱেজভেলৰী ডমিংগুৱেজ তাৰুড (ইংৰাজী: Valerie Domínguez; জন্ম: ১২ জানুৱাৰী ১৯৮১) এগৰাকী কলম্বিয়া…
- ভেল’ৰেণ্টভেল’ৰেণ্ট (Valorant) হৈছে ৱিণ্ড’জৰ বাবে ৰায়ট গে’ম্ছদ্বাৰা বিকশিত আৰু প্ৰকাশিত এক বিনামূল…
- ভেষ্টাভেষ্টা (ইংৰাজী: Vesta) ৰোমান ধৰ্মত জুইশাল, ঘৰ আৰু পৰিয়ালক প্ৰতিনিধিত্ব কৰা কুমাৰী দেৱী। ত…
- ভেৰগাঁও বিধানসভা সমষ্টিভেৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Bhergaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম …
- ভেৰা হিংগোৰানিভেৰা হিংগোৰাণী (Vera Hingorani; ২৩ ডিচেম্বৰ ১৯২৪ – ২৩ এপ্ৰিল ২০১৮) এগৰাকী ভাৰতীয় স্ত্ৰীৰো…
- ভেৰিছেহ মোৰাদিভেৰিচেহ মোৰাদি (Verisheh Moradi) এগৰাকী কুৰ্দি ৰাজনৈতিক বন্দী আৰু ইৰাণ ৰাষ্ট্ৰই মৃত্যুদণ্ড…
- ভেৰোনা পুথভেৰোনা পুথ (ইংৰাজী: Verona Pooth; জন্ম: ৩০ এপ্ৰিল ১৯৬৮) এগৰাকী জাৰ্মান অভিনেত্ৰী, টেলিভিছন…
- ভেৰ্টেবা গুহাভেৰ্টেবা গুহা (ইউক্ৰেইনীয়ান: Печера Вертеба) হৈছে ইউক্ৰেইনৰ টাৰ্নোপিল ওব্লাষ্টৰ চৰ্টকিভ ৰ…
- ভৈৰৱভৈৰৱ (भैरव) বা কাল ভৈৰৱ হিন্দুসকলৰ পূজনীয় শৈৱ পন্থাৰ এক দেৱতা। শৈৱ পন্থাত তেওঁ বিনাশৰ সৈত…
- ভৈৰৱ ঠাটভৈৰৱ হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভ…
- ভৈৰৱ দ্বীপমভৈৰৱ দ্বীপম (Bhairava Dweepam) ১৯৯৪ চনত নিৰ্মিত, ছিংগীতম শ্ৰীনিবাস ৰাওৰ দ্বাৰা পৰিচালিত, ভ…
- ভৈৰৱ নাচভৈৰৱৰ নৃত্য বা ভৈৰৱ প্যানখান নেপালৰ পোখাৰা উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ লোকে ভৈৰৱ যাত্ৰা উৎস…
- ভৈৰৱ সিংহভৈৰৱ সিংহ (Maithili: भैरव सिंह) আছিল মিথিলা ৰাজ্যৰ ঐনিৱাৰ বংশৰ চতুৰ্দশ ৰজা। ১৪৭৫–৭৬ খ্ৰীষ্…
- ভৈৰৱকুণ্ডভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী। ঠাইখন অৰুণাচল প্ৰদেশ আৰ…
- ভৈৰৱীভৈৰৱী হিন্দু দেৱী মহাবিদ্যাৰ লগত যুক্ত। তেখেত ভৈৰৱৰ পত্নী।
- ভৈৰৱী ঠাটভৈৰৱী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ…
- ভৈৰৱী ব্ৰাহ্মণীভৈৰৱী ব্ৰহ্মণী (১৮৬১–১৮৭৩) এগৰাকী বঙালী হিন্দু তপস্বী, গুৰু আৰু যোগেশ্বৰী আছিল। তেওঁ হিন্দ…
- ভৈৰৱী মন্দিৰভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। …
- ভোকাতুৰ ভূতভোকাতুৰ ভূত (Hungry Ghost) হৈছে বৌদ্ধ ধৰ্মৰ এটা ধাৰণা আৰু চীনৰ পৰম্পৰাগত ধৰ্ম, যিয়ে তীব্ৰ…
- ভোগভোগ (বিশেষ্যঃ 'সুখ' বা 'আনন্দ', ক্ৰিয়াঃ 'সমাপ্ত' বা 'সমাপ্ত কৰা') হিন্দু আৰু শিখ ধৰ্মত ব্…
- ভোগদৈ নদীভোগদৈ নদী (Bhogdoi River) ব্ৰহ্মপুত্ৰ নদৰ এখন দক্ষিণ বাহিনী উপনদী। নগা পাহাৰৰ পৰা উৎপত্তি …
- ভোগপুৰ সত্ৰভোগপুৰ সত্ৰ নদীদ্বীপ মাজুলীৰ মধ্য ভাগত থকা এখন ইতিহাসপ্ৰসিদ্ধ সত্ৰ। এই সত্ৰখনিৰ মুঠ মাটিকা…
- ভোগীভোগী (কন্নড়: ಭೋಗಿ, তেলুগু: భోగి, তামিল: போகி) হৈছে চাৰিদিনীয়া মকৰ সংক্ৰান্তি উৎসৱৰ প্ৰথম…
- ভোগেশ্বৰ বৰুৱাভোগেশ্বৰ বৰুৱা (Bhogeswar Baruah, জন্ম: ৩ ছেপ্টেম্বৰ ১৯৪০) ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা…
- ভোগেশ্বৰী ফুকননীভোগেশ্বৰী ফুকননী (Bhogeswari Phukanani) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছ…
- ভোজভোজ মৃত্যুৰ আগলৈকে, ১০১০ চনৰ পৰা ১০৫৫ চনলৈ মালৱা পৰমৰা ৰজা আছিল। তেওঁ ধৰা (বৰ্তমান ধৰ)ৰ পৰ…
- ভোজ ৰাজভোজ ৰাজ সিং ছিছ’দিয়া (প্ৰায় ১৪৯৫–১৫২৬) পশ্চিম ভাৰতৰ মেৱাৰৰ শাসক ৰাণা ছাংগাৰ জ্যেষ্ঠ পুত্…
- ভোজন বিহাৰ (ঝুমুৰা)ভোজন বিহাৰ হ'ল মাধৱদেৱৰ দ্বাৰা ৰচিত শিশু উপযোগী এখন নাট বা ঝুমুৰা। ইয়াত গোপগণৰ সৈতে কানুৱ…
- ভোজন মন্ত্ৰভোজন মন্ত্ৰ হ'ল ভোজন কৰাৰ পূৰ্বে গোৱা এটা মন্ত্ৰ। ই প্ৰাচীন ভাৰতীয় পৰম্পৰা অনুসৰি প্ৰচলিত…
- ভোজপুৰী ভাষাভোজপুৰী ভাষা (দেৱনাগৰী লিপি: भोजपुरी भाषा (কৈথী লিপি: 𑂦𑂷𑂔𑂣𑂳𑂩𑂲 𑂦𑂰𑂭𑂰) হ'ল ইণ্ডো-আ…
- ভোজপুৰী ৱিকিপিডিয়াভোজপুৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ভোজপুৰী ভাষাৰ সংস্কৰণ। ২০০৩ চনৰ ২১ …
- ভোট-জলকীয়াভোট-জলকীয়া (Bhut jolokia, IPA: [ˈbʱʊt.zɔˌlɔkiˌja]) এবিধ গুল্মজাতীয় উদ্ভিদ। ই বাংলাদেশৰ ন…
- ভোডাফ'ন ভাৰতপূৰ্বতে ভোডাফ'ন এছাৰ আৰু হাটচিছন এছাৰ নামেৰে প্ৰখ্যাত বৰ্তমানৰ ভোডাফ'ন ভাৰত দেশৰ তৃতীয় বৃ…
- ভোদা, জলন্ধৰভোদা (Bhoda) হৈছে ভাৰতৰ পঞ্জাব ৰাজ্যৰ জলন্ধৰ জিলাৰ ফিল্লৌৰ উপ-জিলাত অৱস্থিত এখন গাঁও। এই গ…
- ভোদা, লুধিয়ানাভোদা হৈছে পঞ্জাবৰ লুধিয়ানা জিলাৰ লুধিয়ানা পূব তহছিলত অৱস্থিত এখন গাঁও।
- ভোমাভোমা (ইংৰাজী: Bhoma) হ’ল বালিনীজ পৌৰাণিক কাহিনীৰ এগৰাকী আদিম পৃথিৱী দেৱতা যি উৰ্বৰতা, উদ্ভ…
- ভোমোৰাভোমোৰাই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে ভোমোৰা (পতংগ): এক প্ৰকাৰৰ পতংগৰ গণ যাক ইংৰাজীত Carpente…
- ভোমোৰা (পতংগ)ভোমোৰা (ইংৰাজী: Carpenter Bee) হৈছে এক প্ৰকাৰৰ বৰকৈ চকচকীয়া আৰু ক’লা বৰণৰ মৌ মাখিৰ প্ৰজাত…
- ভোমোৰা (বৃক্ষ)ভোমোৰা (বৈজ্ঞানিক নাম:Terminalia bellirica; অন্য নাম: বহেৰা; বড়ো: ভোওৰা; ৰাভা: ভাওৰাই) এব…
- ভোলা কটকীভোলা কটকী (Bhola Kotoky; ১৯৩৫-২০২২) অসমৰ এজন নাট্যকাৰ আৰু মঞ্চ তথা চলচ্চিত্ৰ অভিনেতা আছিল।…
- ভোলা গছভোলা গছ ( Marking nut or Dhobi nut) বৈজ্ঞানিক নাম - Semecarpus anacardium, পৰিয়াল - Anaca…
- ভোলানাথ দাসভোলানাথ দাস (১৮৫৮-১৯২৯) এগৰাকী অসমীয়া কবি। তেখেতে ১৮৫৮ চনৰ জুলাই মাহত নগাঁৱত জন্মগ্ৰহণ কৰ…
- ভোলানাথ বৰুৱাভোলানাথ বৰুৱা (১৮৫০,২৮ ছেপ্টেম্বৰ-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল।…
- ভোলানাথ বৰুৱা মহাবিদ্যালয়ভোলানাথ বৰুৱা মহাবিদ্যালয় বা চমুকৈ বি. বৰুৱা কলেজ (B. Borooah College) হৈছে অসমৰ কামৰূপ ম…
- ভোলানাথ মহাবিদ্যালয়ভোলানাথ মহাবিদ্যালয় বা বি. এন. কলেজ (B. N. College) ভাৰতৰ পশ্চিম অসমৰ ধুবুৰীত অৱস্থিত উচ্…
- ভোলাপুক ৱিকিপিডিয়াভোলাপুক ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ভোলাপুক সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ড…
- ভোৰতালঅসমৰ লোকবাদ্যসমূহৰ মাজত কাহ ধাতুৰে তৈয়াৰী ঘন বাদ্যবোৰৰ ভিতৰত ভোৰতাল অন্যতম। এই বাদ্য দুখন…
- ভোৰতাল নৃত্যভোৰতাল নৃত্য বৰপেটা সত্ৰৰ সৈতে সম্পৰ্ক যুক্ত ই এবিধ প্ৰখ্যাত নৃত্য। বিখ্যাত সত্ৰীয়া নৃত্য…
- ভৌগলিক স্বীকৃতি বা জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহ
- ভৌগোলিক তথ্য ব্যৱস্থাভৌগোলিক তথ্য ব্যৱস্থা (Geographic information system) হৈছে এনে এক ব্যৱস্থা যাৰ সহায়ত ভৌগো…
- ভৌগোলিক স্থানাঙ্ক প্ৰণালীভৌগোলিক স্থানাংক পদ্ধতি হৈছে এটা স্থানাংক পদ্ধতি যাৰ সহায়ত পৃথিৱীৰ প্ৰতিটো স্থানৰ অৱস্থান…
- ভৌগোলিক স্বীকৃতিভৌগোলিক স্বীকৃতি (বা চমুকৈ জি আই; geographical indication) হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ ক…
- ভৌতিক সংস্কৃতিলোক-সংস্কৃতিৰ চাৰিটা ক্ষেত্ৰৰ ভিতৰত এটা অন্যতম ক্ষেত্ৰ বা শ্ৰেণী হৈছে ভৌতিক সংস্কৃতি। লোকস…
- ভৌম ৰাজবংশভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ …
- ভ্লাডিছলাভা ইভটুশেংকোভ্লাডিছলাভা ইভটুশেংকো (ইংৰাজী: Vladislava Evtushenko; জন্ম: ১ মে’ ১৯৯৬) এগৰাকী ৰাছিয়ান অভ…
- ভ্লেডিমিৰ লেনিনভ্লাডিমিৰ ইলিচ উলিয়ান'ভ (Vladimir Ilyich Ulyanov, Владимир Ильич Ульянов), জনপ্ৰিয়ভাৱে ল…
- ভ্ৰমভ্ৰম (Illusion) হৈছে এটাক আন এটা বুলি কৰা বোধ। ভ্ৰম এটি বিকৃতি, যি মানৱ মস্তিষ্কক সাধাৰণতে…
- ভ্ৰমণ সাহিত্যভ্ৰমণ সাহিত্যৰ (Travel literature) ধাৰাটোৱে বাহ্যিক সাহিত্য, গাইড বুক, প্ৰকৃতি লেখা, ভ্ৰমণ…
- ভ্ৰমৰীভ্ৰমৰী (সংস্কৃত: भ्रामৰী) হিন্দু বিশ্বাসমতে মৌমাখিৰ দেৱী। শাক্তবাদত তেওঁ দেৱী মহাদেৱীৰ অৱত…
- ভ্ৰান্তিযিবোৰ কূট গণিতৰ ভুল প্ৰয়োগ বা ভুল যুক্তিৰ বাবে হয়, সেইবোৰক কূট বুলি নকৈ ভ্ৰান্তি বা বিভ্…
- ভ্ৰামকটৰ্ক (ইংৰাজী: Torque) বা বলৰ ভ্ৰামক হ'ল কোনো বস্তুৰ ঘূৰ্ণন বেগ বা কৌণিক ত্বৰণ সলনি কৰিব পৰ…
- ভ্ৰাম্যমাণ থিয়েটাৰভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক বিশেষ ধৰণৰ পেশাদাৰী নাট্যানুষ্ঠান, য’ত নাট্যদলসমূহে নিজস্ব অস্…
- ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২)ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
- ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২)
- ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৩-১৪)ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২) ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
- ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৪-১৫)ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২) ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩) ভ্…
- ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৫-১৬)(অসমাপ্ত)
- ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৬-১৭)(অসমাপ্ত)
- ভৰপদাৰ্থ বিজ্ঞানত, ভৰ (ইংৰাজী: mass) (গ্ৰীক μᾶζα "বাৰ্লি কেক, আটাৰ লাডু"), হৈছে বস্তু এটাৰ দ…
- ভৰণীভৰণী (দেৱনাগৰী: भरणी) হিন্দু জ্যোতিৰ্বিজ্ঞানৰ দ্বিতীয় নক্ষত্ৰ, ই সকলো মিলি ৩৫, ৩৯, আৰু ৪১…
- ভৰত (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। ভৰত শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * ভৰত (…
- ভৰত (মহাভাৰত)হিন্দু ধৰ্মগ্ৰন্থত, ভৰত (Bharata, भरत) সংস্কৃত মহাকাব্য মহাভাৰতৰ পাণ্ডৱ আৰু কৌৰৱসকলৰ পূৰ্ব…
- ভৰত (ৰামায়ণৰ চৰিত্ৰ)ভৰত হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এক চৰিত্ৰ। তেওঁ ৰামৰ সতীয়া ভ্ৰাতৃ আৰু দশৰথ তথা কৈকেয়ীৰ…
- ভৰত মুনিভৰত (দেৱনাগৰী: भरत) প্ৰাচীন ভাৰতৰ এজন মুনি (ঋষি) আছিল। তেওঁক পৰম্পৰাগতভাৱে প্ৰভাৱশালী প্ৰদ…
- ভৰত ৰাজখোৱাভৰত ৰাজখোৱা একাধাৰে শিশু সাহিত্যিক, ঔপন্যাসিক আৰু এজন শিক্ষাবিদ। শৈক্ষিক দিশত আগবঢ়োৱা অৱদ…
- ভৰতনভৰতন পৰমেশ্বৰ মেনন পালিছেৰী (১৪ নৱেম্বৰ ১৯৪৬ ৩০ জুলাই ১৯৯৮) সাধাৰণতে কেৱল ভৰতন নামেৰে জনাজ…
- ভৰদ্বাজভৰদ্বাজ বা ভাৰদ্বাজ (भारद्वाज) প্ৰাচীন ভাৰতৰ এগৰাকী বৈদিক মহৰ্ষি। তেওঁ আছিল এজন বিদ্বান, অ…
- ভৰবেগনিউটনীয় বলবিদ্যাত, ভৰবেগ বা ৰৈখিক ভৰবেগ হৈছে কোনো বস্তুৰ ভৰ আৰু বেগৰ গুণফল। এছ আই একক হৈছ…
- ভৰলু নদীভৰলু নদী (Bharalu River) ব্ৰহ্মপুত্ৰ নদৰ এখনি দক্ষিণবাহিনী উপনৈ। ভৰলু নৈ মেঘালয়ৰ খাচী পাহ…
- ভৰি বান্ধি ৰখাভৰি বান্ধি ৰখা বা ভৰি বান্ধি দিয়া (Foot Binding) চীনৰ প্ৰথা আছিল। এই প্ৰথাত সৰু ছোৱালীৰ ভ…
- ভৱকান্ত নাথভৱকান্ত নাথ (১৯৩৫-২০১৮) (Bhabakanta Nath) ভৱকান্ত নাথ আছিল একাধাৰে সাহিত্যক, অনুবাদক, প্ৰত…
- ভৱকৃষ্ণ গোস্বামীভৱকৃষ্ণ গোস্বামী অসমৰ সত্ৰীয়া গীত-নৃত্যৰ বিশিষ্ট শিল্পী। শ্ৰীশ্ৰীবৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ…
- ভৱনাৰায়ণ মন্দিৰ, সৰ্পৱৰমভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত সৰ্পৱৰমত অৱস্থিত শ্ৰ…
- ভৱনীপুৰ–সৰভোগ বিধানসভা সমষ্টিভৱনীপুৰ–সৰভোগ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভ…
- ভৱপ্ৰসাদ চলিহাভৱপ্ৰসাদ চলিহা (Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম…
- ভৱাইভৱাই (Bhavai) হ’ল পশ্চিম ভাৰতৰ গুজৰাটৰ এবিধ জনপ্ৰিয় লোকনাট্য। ইয়াক বেশ বা স্বং নামেৰেও জ…
- ভৱাই নৃত্যভৱাই নৃত্য উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্যৰ ধাৰা। এই নৃত্যশৈলী অত্যন্ত কঠ…
- ভৱানন্দ ডেকাভৱানন্দ ডেকা (Bhabananda Deka) (১৯২৯-২০০৬) এজন অসমীয়া লিখক, শিক্ষাবিদ আৰু অৰ্থনীতিবিদ। তে…
- ভৱানন্দ দত্তভৱানন্দ দত্ত (১৯১৯-১৯৫৯) একাধাৰে গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। নচিকেতা ছদ্মনামেৰে ত…
- ভৱানীভৱানী হৈছে এগৰাকী হিন্দু দেৱী। তেওঁক তুলজা, তুৰাজা, ত্বৰীতা, অংবা, জগদম্বা আৰু অম্বে আদি ন…
- ভৱানী জামাক্কালামভৱানী জামাক্কালাম ভাৰতৰ তামিলনাডু ৰাজ্যৰ এৰোড জিলাৰ ভৱানীত উৎপাদিত কম্বল আৰু দলিচাজাতীয় প…
- ভৱানী নদীভৱানী নদী (Bhavani river) ভাৰতৰ এখন গুৰুত্বপূৰ্ণ নদী, যি কেৰালা আৰু তামিলনাডু ৰাজ্যৰ মাজেৰ…
- ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় (Bhawanipur Anchalik College) বজালী জিলাৰ আগশাৰীৰ উচ্চশিক্ষা…
- ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ স…
- ভৱিষ্যত প্ৰজন্মভৱিষ্যত প্ৰজন্ম (Future Generations) হৈছে বৰ্তমানৰ জীৱিত প্ৰজন্মৰ পিছত ভৱিষ্যতে আহিবলগীয়া…
- ভৱেশ শইকীয়াভৱেশ শইকীয়া (Bhabesh Saikiya) অসমৰ এগৰাকী সাংবাদিক আৰু অসমত “আপকু’’ৰ প্ৰতিষ্ঠাপক সভাপতি আ…